শেহতীয়া খবৰ

শেহতীয়া খবৰ

অসমৰ বানাক্ৰান্তলৈ অভিনেতা অক্ষয় কুমাৰৰ ২ কোটি টকাৰ অনুদান

ডিজিটেল সংবাদ, গুৱাহাটীঃ বলীউদৰ ছুপাৰষ্টাৰ অক্ষয় কুমাৰে বুধবাৰে অসমৰ বানাক্ৰান্ত ৰাইজৰ বাবে সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে। অভিনেতাগৰাকীয়ে তৎকালীনভাৱে অসমৰ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ১ কোটি টকা আৰু কাজিৰঙা উদ্যানৰ সাহায্যৰ বাবে ১ কোটি টকা আগবঢ়াব বুলি আজি টুইটাৰযোগে ঘোষণা কৰিছে। তেওঁ লগতে ৰাইজক এই প্ৰলয়ংকৰী বানত আক্ৰান্ত হোৱা লোকসকলক সাহায্য আগবঢ়াবৰ …

অধিক »

মিয়া পয়েট্ৰিঃ ৯ জনক জামিন প্ৰদান আদালতৰ

গুৱাহাটীঃ মিঞা পয়েট্ৰিক লৈ পাণবজাৰ থানাত ৰুজু হোৱা গোচৰত নাম সাঙোৰ খোৱা ৯ জনক জামিন প্ৰদান কৰা হৈছে। প্ৰণৱজিৎ দ’লে নামৰ এজন সাংবাদিকে এই সন্দৰ্ভত পাণবজাৰ থানাত ৪৭৯/২০১৯ নম্বৰৰ গোচৰ ৰুজু কৰিছিল। এই গোচৰৰ সন্দৰ্ভত বুধবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মীৰ আলফাজ আলী আদালতে এজাহাৰত নাম থকা ৯জনৰ জামিন মঞ্জুৰ কৰে। …

অধিক »

আজিৰ পৰা মুকলি হৈছে মাজুলীৰ ফেৰী সেৱা

  ডিজিটেল সংবাদ, মাজুলীঃ ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বিপদসীমা অতিক্ৰম কৰাৰ পিছৰে পৰা মাজুলীলৈ চলাচল কৰা সকলো ফেৰী সেৱা বাতিল কৰা হৈছিল৷ প্ৰায় এসপ্তাহৰ বিৰতিৰ পাছত মাজুলী আৰু নিমাতীঘাটৰ মাজত ফেৰী সেৱা আজি মুকলি কৰে জিলা প্ৰশাসনে। আজি ৰাতিপুৱা ৯ বজাত মাজুলীৰ পৰা নিমাতীঘাটলৈ যাত্ৰীৰে সৈতে ফেৰীখনে যাত্ৰা আৰম্ভ কৰে। আবেলি ৩ বজাত ফেৰীখন পুনৰ নিমাতীঘাটলৈ …

অধিক »