শেহতীয়া খবৰ
Home / ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

বিশ্ব বেংকৰ চাঞ্চল্যকৰ তথ্যঃ মোডী চৰকাৰৰ আন্তৰ্জাতিক বিত্তীয় প্ৰতিষ্ঠানৰ ঋণৰ পৰিমাণ ৮২ লাখ কোটি

ডিজিটেল সংবাদঃ বিশ্ব বেঙ্কে শেহতীয়াভাৱে ভাৰতৰ বিত্তীয় অৱস্থাৰ সন্দৰ্ভত কৰিছে চাঞ্চল্যকৰ মন্তব্য৷ বেংকটোৰ মতে বিভিন্ন আন্তৰ্জাতিক বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ভাৰতে লোৱা ঋণৰ পৰিমাণ হৈছেগৈ ৮২ লাখ কোটি টকা৷ ইয়াৰে ৫৫ লাখ কোটি টকা আছিল আগৰ চৰকাৰে দিবলৈ বাকী থকা ঋণ আৰু বাকী ২৭ লাখ কোটি টকা নৰেন্দ্ৰ মোডী চৰকাৰে বিগত …

অধিক »

নিইজিলেণ্ডত হিংসাত্মক ঘটনাঃ ৪০ নিহত

ডিজিটেল সংবাদঃ নিউজিলেণ্ডৰ খ্ৰাইষ্টচাৰ্চ দুটা মচজিদলৈ লক্ষ্য কৰি গুলীচালনা । গুলীচালনাত প্ৰায় ৪০ জন লোক নিহত আৰু বহুতো লোক আহত হৈছে বুলি প্ৰকাশ কৰে নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী জাচিনদা আৰড্ৰেনে । ইতিমধ্যে এই ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত ৪ জনক আটক কৰিছে । দিনৰ প্ৰায় ১.৪০ ত এই দুৰ্ঘটনাটো সংঘটিত হয় । অষ্ট্ৰেলিয়াৰ …

অধিক »

তিনিটা পৰ্যায়ত অসমত লোকসভা নিৰ্বাচন | ১১, ১৮ আৰু ২৩ এপ্ৰিলত ভোট গ্ৰহণ

ডেৰ কোটি ভোটাৰৰ বয়স ১৮-২০ বছৰ, চাকৰিয়াল ভোটাৰৰ সংখ্যা ১.৬০ কোটি প্ৰথম বাৰৰ বাবে ব্যৱহাৰ হ’ব ভি ভি পি এ টি, জিপিএছৰ নিৰীক্ষণত থাকিব ইভিএম   নতুন দিল্লী, ১০ মাৰ্চ ঃ সকলো ধৰণৰ জল্পনা-কল্পনাৰ অন্ত পৰিল। লোকসভা নিৰ্বাচনৰ দিন আনুষ্ঠানিকভাৱে ঘোষণা হ’ল। ১১ এপ্ৰিলৰ পৰা ৭টা পৰ্যায়ত  অনুষ্ঠিত হ’ব দেশৰ …

অধিক »

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মুকলি কৰিলে ২০ টকাৰ মুদ্ৰা

ডিজিটেল সংবাদঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰথমবাৰৰ বাবে ২০ টকীয়া মুদ্ৰা মুকলি কৰিছে৷ প্ৰধানমন্ত্ৰীয়ে আজি ২০ টকাৰ নতুন মুদ্ৰাৰ উপৰি দুটকা, পাঁচটকা, দহটকাৰ নতুন মুদ্ৰাও মুকলি কৰে৷ এই মুদ্ৰা প্ৰতিবন্ধীসকলৰ বাবে বিশেষভাৱে উপলবদ্ধ হ’ব৷ অন্ধ তথা প্ৰতিবন্ধীসকলে এই মুদ্ৰা সহজে চিনাক্ত কৰিব পৰাকৈ প্ৰস্তুত কৰা হৈছে৷ এই মুদ্ৰা ২৭ মিঃমিঃ আকাৰৰ৷ …

অধিক »

ভাৰতীয় ডাক বিভাগত পদখালী

ভাৰতীয় ডাক বিভাগত খালী হোৱা পদ পূৰণৰ বাবে অৰ্হতা সম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন পত্ৰ বিচাৰিছে৷ পদৰ নামঃ Postal Assistant/Sorting Assistant পদৰ সংখ্যাঃ ২৩৫৯ টা দৰমহা নিৰিখঃ ৫,২০০-২০,২০০ টকা লগতে ২,৪০০ টকা গ্ৰেড পে শিক্ষাগত অৰ্হতাঃ প্ৰাৰ্থী স্বীকৃতি প্ৰাপ্ত বোৰ্ডৰ পৰা  ১২ম মান উত্তীৰ্ণ হ’ব লাগিব৷ বয়সঃ প্ৰাৰ্থীৰ বয়স ১৮ ৰপৰা …

অধিক »

২০২০ চনৰ ভিতৰত উত্তৰ-পূৱৰ আটাইকেইখন ৰাজ্যৰ ৰাজধানীকেই সংযোজিত কৰা হ’ব বিজি ৰে’ল লিংকৰ যোগেদি

ডিজিটেল সংবাদ, গুৱাহাটীঃ ভাৰতীয় ৰে’লৱেৰ ভৱিষ্যত কাৰ্যপন্থাৰ দস্তাৱেজ অনুসৰি আগন্তুক ২০২০ চনৰ ভিতৰত উত্তৰ-পূৱৰ আটাইকেইখন ৰাজ্যৰ ৰাজধানীকেই বিজি ৰে’ল লিংকৰ দ্বাৰা সংযোজনৰ কাম সম্পন্ন কৰা হ’ব, এই কথা প্ৰকাশ কৰে উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ নিৰ্মাণ শাখাৰ মহাপ্ৰবন্ধক এন কে মিশ্ৰই।যোৱা১মাৰ্চতগুৱাহাটীৰ মালিগাওঁস্থিত উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ নিৰ্মাণ শাখাৰ কাৰ্যালয়ত অনুষ্ঠিত আন্তঃমিডিয়া প্ৰচাৰ সমন্বয়ৰক্ষী …

অধিক »

জইছ-ই-মহম্মদৰ প্ৰধান মাছুদ আজহাৰৰ মৃত্যু !

ডিজিটেল সংবাদ, গুৱাহাটীঃ মৃত্যু হৈছে জইছ-ই-মহম্মদৰ প্ৰধান মাছুদ আজহাৰৰ৷ পাকিস্তানৰ একাধিক সূত্ৰৰ পৰা এইধৰণৰ বাতৰি ইতিমধ্যে প্ৰচাৰিত হৈ আছে৷ সূত্ৰৰ মতে কিছুদিন পূৰ্বে ৰাৱালপিণ্ডিৰ সেনা হাস্পাতালত গুৰুতৰ ভাবে আহত অৱস্থাত ভৰ্তি কৰোৱা হৈছিল মাছুদ আজহাৰক৷ কিডনি বিকল হৈ হাস্পাতালত ভৰ্তি হৈ ডায়লাইছিছ কৰি আছিল বুলি সূত্ৰত প্ৰকাশ হৈছিল৷ ইয়াৰ পিছতে …

অধিক »

চীন, ভিয়েটনাম, ম্যানমাৰ সহ আন কেইবাখন দেশত বাবে বিমান সেৱা আৰম্ভ কৰিব ইণ্ডিগোই

ডিজিটেল সংবাদঃ ভাৰতবৰ্ষত কম মূল্যত বিমান সেৱা প্ৰদানকাৰী কোম্পানী হ’ল ইণ্ডিগো৷ এইবাৰ ইণ্ডিগোই লৈ আহি আছে আন এক ভাল খবৰ৷ এতিয়া ইণ্ডিগো কোম্পানীয়ে চীন, ভিয়েটনাম, ম্যানমাৰ আৰু চৌদি আৰব সহ আৰু কিছু দেশৰ বাবে বিমান পৰিসেৱা প্ৰদানৰ পৰিকল্পনা কৰিছে৷ কোম্পানীৰ প্ৰাধান কাৰ্যবাহী কৰ্মকৰ্তা ৰণজয় দত্ত জনায় যে, ইণ্ডিগো এতিয়া আন্তঃৰাষ্ট্ৰীয় …

অধিক »

৮ মাৰ্চত লোকসভা নিৰ্বাচনৰ অধিসূচনা জাৰি

ডিজিটেল সংবাদঃ লোকসভা নিৰ্বাচন নিৰ্ধাৰিত সময়মতে অনুষ্ঠিত হ’ব। অহা ৮ মাৰ্চত দেশৰ নিৰ্বাচন আয়োগে নিৰ্বাচনী অধিসূচনা জাৰি কৰিব। শুকুৰবাৰে এই বিষয়ে ঘোষণা কৰিছে মুখ্য নিৰ্বাচনী আয়ুক্ত সুনীল আৰোৰাই। আৰোৰাই প্ৰকাশ কৰে যে নিৰ্বাচনটো কেইটা পৰ্যায়ত অনুষ্ঠিত হ’ব বা নিৰ্বাচনৰ ফলাফল কেতিয়া ঘোষণা কৰা হ’ব, সবিশেষ ৮ মাৰ্চত আনুষ্ঠানিকভাৱে ঘোষণা কৰা …

অধিক »

অপেক্ষাৰ অন্তঃ দেশত উভতিল উইং কামাণ্ডাৰ অভিনন্দন

ডিজিটেল সংবাদঃ মাতৃভূমিত ভৰি থলে ভাৰতৰ বীৰ উয়িং কামাণ্ডাৰ অভিনন্দন বৰ্থমানে। আজি নিশা ৯.২৫ বজাত আন্তঃৰাষ্ট্ৰীয় ৱাঘা সীমান্তত পাকিস্তানী বায়ু সেনাবাহিনীয়ে ভাৰতৰ বায়ু সেনাবাহিনীৰ হাতত সম্পুৰ্ণ আইনী ব্যৱস্থাৰে অৰ্পণ কৰিলে পাকিস্তানৰ হাতত বন্দী হৈ থকা ভাৰতৰ বায়ু সেনা বাহিনীৰ উয়িং কামাণ্ডাৰ গৰাকীক। ভাৰত ভূমিত ভৰি থোৱাৰ লগে লগে ইতিমধ্যে ৱাঘা সীমান্তত …

অধিক »