শেহতীয়া খবৰ
Home / প্ৰৱন্ধ

প্ৰৱন্ধ

প্ৰৱন্ধ

অসমৰ বহু জনপ্ৰতিনিধিয়ে নাজানে ইতিহাস

  আব্দুল আলিম অসমৰ জনগাঁথনি বিভিন্ন জাতি-জনগোষ্ঠীয় উপাদানেৰে পৰিৱেষ্টিত বৃহত্তৰ অসমীয়া জাতি গঠনত গৰিয়া-মৰিয়া দেশীৰ ভূমিকা লেখত ল’বলগীয়া। ইয়াৰ মুছলমানসকল অসমৰ প্ৰাচীন জনগোষ্ঠীসমূহৰ এটা ভাগ। অসমত ইছলাম ধৰ্মৰ পাতনি মেলিছিল ১২০৬ খ্ৰীষ্টাব্দত। ১২০৬ খ্ৰীষ্টাব্দত বংগৰ তুৰ্কী সেনাপতি বখতিয়াৰ খিলিজি তিববত জয় কৰাৰ আশাৰে অসমত প্ৰৱেশ কৰিছিল। কামৰূপৰ ৰজা পৃথুৰ হাতত …

অধিক »

স্মৃতিৰ পটত বিহু আৰু অসমীয়া মুছলমান

ডাঃ এম এছ ইচকেন্দাৰ আলী অসমীয়া জাতিৰ অন্তৰ্গত বিভিন্ন জনগোষ্ঠীৰ সংস্কৃতিক, সমন্বয়, সম্প্ৰীতিৰমূলক আৰু কৃষিভিত্তিক উৎসৱ হ’ল বিহু। অসমৰ সকলো জনগোষ্ঠীয়ে অসমৰ জাতীয় উৎসৱ কাতি, ভোগালী আৰু ৰঙালী বা বহাগ বিহু, তেওঁলোকৰ নিজ নিজ ধৰ্মৰ লগত কিছু হ’লেও সাঙুৰি লৈ পালন কৰি আহিছে আৰু ইয়াৰ মাজতেই ধৰ্ম-নিৰপেক্ষতা বজায় ৰাখিছে। আজিৰ …

অধিক »

আয়ুস ৰেখাডাল মচ খাই যাব নেকি ?

 গিৰীন্দ্ৰ শইকীয়া ৰঙালী বিহু সন্দৰ্ভত সভা-সমিতি, কাকত-আলোচনীত ইতিমধ্যে যথেষ্ট আলোচনা-বিলোচনা হৈছে আৰু নতুন প্ৰজন্মৰ অনুসন্ধিৎসুসকলে এই উৎসৱৰ উৎপত্তি, বিকাশ আৰু বিশেষকৈ কৃষিজীৱী অসমীয়া সমাজখনৰ সৈতে সাঙোৰ খাই থকা ইয়াৰ এৰাব নোৱাৰা সম্পৰ্কৰ বিষয়ে ইচ্ছা কৰিলেই জানিব পাৰে। সেয়ে ইয়াত ৰঙালী বিহুৰ ক্ষেত্ৰত উদ্ভৱ হোৱা শেহতীয়া কেতবোৰ অধঃপতন আৰু আশংকাৰ কথাহে …

অধিক »

বিদেশী ন্যায়াধিকৰণৰ ৰায় বনাম এন আৰ চি

 আব্দুৰ ৰহমান চিকদাৰ সকলোৱে জ্ঞাত যে এন আৰ চি অদ্যাৱধিকৰণৰ কাম চলি থাকোতে বহুতৰ নামৰ আগত ডি (ভোটাৰ তালিকাত) লগোৱা হৈছে, বিদেশী গোচৰ পঞ্জীয়ন হৈছে, আনকি গোচৰ প্ৰক্ৰিয়া চলি থকাও পৰিলক্ষিত হৈছে। খচৰা তালিকাত নাম অন্তৰ্ভুক্ত হোৱাৰ পিছতো বহুতৰ নামত বিদেশী গোচৰ ৰুজু হৈছে আৰু বহুতক বিদেশী বুলি ঘোষণা কৰা …

অধিক »

প্ৰসংগ : নিৰ্বাচন আৰু অচ্ছে দিনৰ খতিয়ান

 দিগন্ত ৰাগ সাধাৰণ নিৰ্বাচন আহি পদূলিমুখত থিয় দিছে। পাঁচ বছৰে চৰ, গোৰ, ভুকু খাই জীয়াই থকা জনতা জনাৰ্দনৰ আকৌ এবাৰ ৰজা হোৱাৰ সুযোগ সন্মুখত। ৰাইজেই ৰজা। বগা পোছাকৰ আঁৰৰ পাঁচ বছৰীয়া সূত্ৰ সলনি কৰাৰ সুযোগ হাতত। অচ্ছে দিনৰ আশাত মোহাচ্ছন্ন হৈ থকা ৰাইজৰ ইতিমধ্যে মোহ ভংগ হৈছে। অচ্ছে দিনৰ শ্ল’গান …

অধিক »

বিহু গীত প্ৰেমৰ গীত

  মাইনা গোস্বামী সৌন্দৰ্য আৰু মাধুৰ্যৰ ফালৰ পৰা অসমীয়া সাহিত্য বিহু গীতবোৰৰ এটা সুকীয়া অস্তিত্ব আছে।ভাৱৰ আদান -প্ৰদান,সুমধুৰ ছন্দ সজ্জাৰ মধুৰতা সহজ সৰলতা আৰু অকৃত্ৰিমতাই গীতবোৰত সৌন্দৰ্য আৰু মাধুৰ্য দান কৰিছে।বৰ্তমান সময়ত যুগৰ পৰিবৰ্তন হৈছে।কৃষিজীৱী জীৱনৰ স্থায়িত্ব আৰু নিশ্চিন্ততাৰ পথাৰত ছাঁ পৰিছে মালিকীস্বত্ব ভৰা শিল্প যুগৰ স্থায়িত্বহীনতা আৰু নিৰাশাৰ।পথাৰ আৰু কৃষকৰ …

অধিক »

’১৯ৰ লোকসভা নিৰ্বাচনঃ গণতন্ত্ৰ ৰŽক্ষাৰ প্ৰত্যাহবান

 লক্ষী হাজৰিকা ২০১৯ৰ লোকসভা নিৰ্বাচন দেশৰ গণতন্ত্ৰ, সংবিধান আৰু ধৰ্মনিৰপেক্ষতা ৰক্ষাৰ বাবে এক কঠোৰ প্ৰত্যাহবানৰ সন্মুখীন হ’ব। শাসনাধিস্থ এন ডি এ চৰকাৰৰ বিজেপি আৰু আৰ এছ এছৰ সন্মিলিত জোঁটবন্ধনৰ বিপৰীতে বিজেপি, আৰ এছ এছ আৰু অন্যান্য সাম্প্ৰদায়িক শক্তি বিৰোধী ভোট বিভাজন নোহোৱাকৈ এটা বিকল্প মহাজোঁট গঠনৰ বিফলতাই গণতন্ত্ৰ ৰক্ষাৰ ক্ষেত্ৰত …

অধিক »

বিতৰ্কত ৰাজ্যপাল কল্যাণ সিঙৰ বিজেপিৰ হৈ প্ৰচাৰ

নিৰ্বাচন আয়োগৰ মৌনতা সন্দেহৰ আৱৰ্তত জমিৰ উদ্দিন তালুকদাৰ নিৰ্বাচন আয়োগৰ কেতবোৰ কাম-কাজক লৈ সাধাৰণ মানুহৰ সন্দেহ উপজিছে । এক বিৰাট প্ৰশ্নবোধক চিহ্নৰ আৱৰ্তত সোমাই পৰা নিৰ্বাচন আয়োগে পূৰ্বৰ গৰিমা হেৰুৱাই পেলাইছে নেকি · সঁচাকৈয়ে নিৰ্বাচন আয়োগ স্বতন্ত্ৰ আৰু নিৰপেক্ষ নহয় নেকি· আমি এটা সময়ত নিৰ্বাচন আয়োগৰ মুৰব্বী হিচাপে ডঃ এছ …

অধিক »

ব’হাগৰ পথাৰত ‘শেলুক’ বিচৰাৰ আনন্দ

 মীৰা দত্ত চৌধুৰী বিৰিখৰ কুঁহিপাতে, কুলিৰ সুৱদি মাতে, বৰদৈচিলাই ৰঙালী বিহুৰ আগলি বতৰা কঢ়িয়ায় । ঢোল-পেঁপা-গগনাৰ মাতে ডেকা-গাভৰুৰ মন বলিয়া কৰে। আকাশত বিজুলীয়ে নাচে। মেঘে দুন্দুভি বজায়। ধৰালৈ বৰষুণ নামে। মাটি জীপাল হয়। পথাৰ গাভৰু হয়। মোৰ আদ্বয়সীয়া মনৰ দাপোণত তাহানিৰ যৌৱন কালৰ ৰঙালী বিহুৰ বিভিন্ন ছবিয়ে অগা-ডেৱা কৰে। বিহুৰ …

অধিক »

আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ৰ বাবে আদৰ্শ নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী জেছিণ্ডা আৰ্দান

ছফিউল ইছলাম জেছিণ্ডা আৰ্দাৰ্ন। নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰীৰ পৰা তেওঁ এতিয়া পৰিণত হৈছে বিশ্বক শান্তিৰ পথত নেতৃত্ব দিয়াৰ অগ্ৰদূতলৈ। নিউজিলেণ্ডৰ ক্ৰাইষ্টচাৰ্চৰ দুখন মছজিদত বিগত শুকুৰবাৰৰ আক্ৰমণত ৫০জন মুছলমান ধৰ্মপ্ৰাণ লোক নিহত হোৱাৰ পিছত দেশখনৰ প্ৰধানমন্ত্ৰী জেছিণ্ডা আৰ্দাৰ্নে গ্ৰহণ কৰা পদক্ষেপ আৰু সিদ্ধান্ত সমগ্ৰ বিশ্বজুৰি উচ্চ প্ৰশংসিত হৈছে। ইতিমধ্যে মৃতদেহসমূহ হস্তান্তৰ কৰাৰ লগতে …

অধিক »