শেহতীয়া খবৰ
Home / ক্ৰীড়া

ক্ৰীড়া

ক্ৰীড়া

পাকিস্তানৰ বিৰুদ্ধে ৯ উইকেটত ভাৰতৰ বৃহৎ জয়

ডিজিটেল ডেস্কঃ পাকিস্তানৰ বিৰুদ্ধে এছিয়া কাপত পুনৰ বৃহৎ বিজয় সাব্যস্ত কৰিবলৈ সমৰ্থ হৈছে টীম ইণ্ডিয়া। দেওবাৰে ডুবাইত অনুষ্ঠিত ছুপাৰ চাৰিৰ এখন গুৰুত্বপূৰ্ণ খেলত ভাৰতে চিৰবৈৰী দলটোক ৯ উইকেটৰ বিশাল ব্যৱধানত পৰাস্ত কৰে। বেটিং আৰম্ভ কৰি পাকিস্তানে নিৰ্ধাৰিত ৫০ অভাৰত ৭ উইকেট হেৰুৱাই সংগ্ৰহ কৰে ২৩৭ ৰান। দলীয় ইনিংছত ছোৱেইব মালিকে সৰ্বাধিক …

অধিক »

২৫-৩০ ছেপ্টেম্বৰলৈ গুৱাহাটীত ১১ সংখ্যক ৰাষ্ট্ৰীয় ৰেংকিং টেবুল টেনিছ চেম্পিয়নশ্বিপ

ডিজিটেল ডেস্কঃ গুৱাহাটীৰ দেশভক্ত তৰুণৰাম ফুকন ইনড’ৰ ষ্টেডিয়ামত অহা ২৫ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ ১১ সংখ্যক ৰাষ্ট্ৰীয় ৰেংকিং টেবুল টেনিছ চেম্পিয়নশ্বিপ ২০১৮ অনুষ্ঠিত হ’ব। বুধবাৰে অনুষ্ঠিত এক সংবাদমেলত এই কথা জানিবলৈ দিয়ে অসম টেবুল টেনিজ সন্থাৰ সম্পাদক ত্ৰিদিব দুৱৰাই। তদুপৰি উক্ত সংবাদমেলতে টেবুল টেনিজ সন্থাৰ ফালৰ পৰা লগতে কোৱা হ. যে …

অধিক »

২৫ ছেপ্টেম্বৰত কোহলী-মীৰাবাইক দিয়া হ’ব খেলৰত্ন বঁটা

ডিজিটেল ডেস্কঃ ভাৰতীয় ক্রিকেট দলৰ কেটেইন বিৰাট কোহলী আৰু ভাৰোত্তোলক মীৰাবাই ছনু যুটীয়াভাৱে দেশৰ সর্বোচ্চ ক্রীড়া সম্মান ৰাজীৱ গান্ধী খেলৰত্ন পুৰস্কাৰৰবাবে নির্বাচিত হৈছে। ক্রীড়া মন্ত্রালয়ে  নির্বাচক সমিতির প্ৰস্তাৱিত ক্রীড়াৰন্ত, অৰ্জুন বঁটা আৰু পানন্দ পুৰস্কাৰৰ নামসমুহৰ মঞ্জুৰি প্ৰদান কৰিছে৷ ২৫ ছেপ্টম্বৰত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে অনুষ্ঠানিকভাৱে এই বঁটাসমূহ প্ৰদান কৰিব৷ উল্লেখ্য যে …

অধিক »

অসম ক্ৰিকেটত উপেক্ষিত পেচবলাৰ কৃষ্ণ দাস, পেছাদাৰী খেলুৱৈ হিচাপে গোৱা দলত যোগদান

ডিজিটেল ডেস্ক, বৰপেটাঃ অসম ক্ৰিকেট সন্থাই ৰাজ্যত খেলুৱৈ জন্ম দিয়াৰ পৰিৱৰ্তে বহি:ৰাজ্যৰ খেলুৱৈক অধিক গুৰুত্ব দিয়া বুলি সততে চৰ্চিত হৈ থকা কথাষাৰ পুনৰ এবাৰ প্ৰমাণিত হল ৰাজ্যৰ প্ৰতিভাবান পেছবলাৰ কৃষ্ণ দাসৰ ক্ষেত্ৰত ৷ অসম ক্ৰিকেট সন্থাৰ দ্বাৰা বিগত বৰ্ষত পেছবলাৰ গৰাকী উপক্ষিত হোৱাৰ বাবেই ২০১৮- ১৯ বৰ্ষৰ বাবে গোৱা দলত যোগদান …

অধিক »

ওদালগুৰি জিলা আন্তঃমহাবিদ্যালয় ফুটবল টুৰ্ণামেণ্টত পানেৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় বিজয়ী

ডিজিটেল ডেস্কঃ ওদালগুৰি জিলাৰ টংলা মাষ্টাৰ্ছ স্প’ৰ্টছ এছ’চিয়েশ্যনৰ উদ্যোগত টংলা ষ্টেডিয়ামত ৩ ছেপ্টেম্বৰত আৰম্ভ হোৱা পঞ্চম বাৰ্ষিক উপেন্দ্ৰ নাথ দাস আৰু পদ্মৰাম চৌধুৰী সোঁৱৰণী ওদালগুৰি জিলাভিত্তিক আন্তঃমহাবিদ্যালয় প্ৰাইজমানি ফুটবল টুৰ্ণামেণ্টৰ আজিৰ চূড়ান্ত খেলত পানেৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ে ট্ৰাইব্ৰেকাৰৰ সহায়ত অৰুণোদয় জুনিয়ৰ কলেজক ৬-৫ গ’লত পৰাজিত কৰি বিজয়ী হয়৷ ভেৰগাঁও মহকুমাধিপতি …

অধিক »

সামৰণি পৰিল অষ্ঠাদশ এছিয়ান গেমছৰ

ডিজিটেল ডেস্কঃ অন্ত পৰিল এছিয়ান দেশৰ মহা ক্রীড়া সমাৰোহৰ। ১৮ আগষ্টৰ পৰা ইণ্ডোনেছিয়াত আৰম্ভ হোৱা এছিয়ান গেমছ আজি বর্ণিল কার্যসূচীৰে অন্ত পৰিল। ইণ্ডোনেছিয়াৰ ৰাজধানী জাকার্টা আৰু পালমপাঙত ১৮ আগষ্টৰ পৰা চলি আছিল এছিয়ান গেমছ। যত অংশগ্রহণ কৰিছিল ৪৫খন দেশৰ এথলীটে। ১৮ আগষ্টত জাকার্টাৰ গেলোৰা ৱাং কার্মো ষ্টেডিয়ামত এই ক্রীড়া সমাৰোহৰ …

অধিক »

এছিয়ান গেমছ ২০১৮ঃ পদক তালিকা

১ ছেপ্তেম্বৰৰ দিনৰ ২ বজা পৰ্যন্ত নং দেশ স্বৰ্ণ ৰূপ ব্ৰঞ্জ মুঠ ১ চীন ১২২ ৮৭ ৬২ ২৭১ ২ জাপান ৭০ ৫১ ৭৩ ১৯৪ ৩ দঃ কোৰিয়া ৪৪ ৫৪ ৬৫ ১৬৩ ৪ ইণ্ডোনেছিয়া ৩১ ২৪ ৪২ ৯৭ ৫ ইৰাণ ১৯ ১৯ ২১ ৫৯ ৬ উজবেকিস্তান ১৬ ১৮ ২৫ ৬৩ ৭ …

অধিক »

৬০০০ টেষ্ট ৰান সম্পূৰ্ণ কৰিলে বিৰাট কোহলীয়ে

ডিজিটেল ডেস্কঃ এক সুন্দৰ ফৰ্মত থকা ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীয়ে আন এক খিতাপ আনিলে নিজৰ দখলত৷ বিশ্বৰ প্ৰথম স্থানত থকা বেটছমেন বিৰাট কোহলীয়ে টেষ্ট ক্ৰিকেটত সম্পূৰ্ণ কৰিলে ৬০০০ ৰান৷ কোহলীয়ে ইংলেণ্ডৰ বিৰুদ্ধে চলি থকা টেষ্ট শৃংখলাৰ চতুৰ্থ মেচৰ প্ৰথম ইনিছত নিজৰ ছয় ৰান সম্পূৰ্ণ কৰাৰ লগে লগে এই …

অধিক »

এছিয়ান গেমছ ২০১৮ঃ পদক তালিকা

২৫ আগষ্টৰ সন্ধিয়া ৬ঃ৩০ বজা পৰ্যন্ত নং দেশ স্বৰ্ণ ৰূপ ব্ৰঞ্জ মুঠ ১ চীন ৭১ ৪৯ ২৯ ১৪৯ ২ জাপান ৩৪ ৩১ ৪৩ ১০৮ ৩ কোৰিয়া ৰিপাব্লিক ২৪ ২৬ ৩১ ৮৩ ৪ ইৰাণ ১৪ ১১ ৮ ৩৪ ৫ ইণ্ডোনেছিয়া ১০ ১২ ১৬ ৩৮ ৬ ডিপিআৰ কোৰিয়া ১০ ৫ ৬ ২১ …

অধিক »

এছিয়ান গেমছৰ মল্লযুজত সোণৰ পদক লাভ বিনেশ ফোগাটৰ

ডিজিটেল ডেস্কঃ ইতিহাসৰ পাতত নিজৰ নাম সন্নিবিষ্ট কৰিলে ভাৰতীয় মহিলা মল্লযুজাৰু বিনেশ ফোগাটে৷ মল্লযুদ্ধৰ মহিলা ৫০ কেজি শাখাত সোণৰ পদক জিকিলে হাৰিয়ানাৰ তৰুণীগৰাকীয়ে৷ মূলত ৪৮ কেজি শাখাত অৱতীৰ্ণ হৈছিল বিনেশে৷ কিন্তু পৰৱৰ্তী সময়ত সকলোকে আচৰিত কৰি ৫০ কেজি শাখাত সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয় আৰু ইয়াৰ লগে লগে বিনেশ …

অধিক »