শেহতীয়া খবৰ
Home / চিত্ৰ-সংবাদ

চিত্ৰ-সংবাদ

চিত্ৰ-সংবাদ

২০১৯-২০নাট্যবৰ্ষৰ ৰাজমুকুট থিয়েটাৰৰ প্ৰস্তুতিঃ সুদীৰ্ঘ এঘাৰবছৰ বিৰতিৰ মূৰত ভ্ৰাম্যমাণ থিয়েটাৰত কপিল বৰা

অংশুমান দত্ত, হাঁ‌হচৰাঃ অসমৰ বিভিন্ন প্ৰান্তত বৰ্তমান ২০১৮-১৯ নাট্যবৰ্ষৰ নাট্যযাত্ৰা। এইক্ষেত্ৰত পিছপৰি ৰৈ যোৱা নাই অসমৰ আগশাৰীৰ ভ্ৰাম্যমাণ নাট্যদল ৰাজমুকুট থিয়েটাৰ। ২০১৮-১৯নাট্যবৰ্ষত ৰাজমুকুট থিয়েটাৰত সাংবাদিক, যুৱ নাট্যকাৰ ৰাজদ্বীপৰ ৰচিত “বাউলী মোৰ প্ৰিয়া” নাটক খন ইতিমধ্যে কেইবাটাও পেণ্ডেলত এদিনত তিনিটাকৈ দৰ্শনী মঞ্চস্থ কৰিবলৈ সক্ষম হৈছে। যি খন নাটকত গীতৰ কণ্ঠ নিগৰাইছে অসমৰ …

অধিক »

ডিচেম্বৰত মুক্তি পাব প্ৰিয়ংকা চোপ্ৰা প্ৰযোজিত প্ৰথমখন ছিকিমী চলচ্চিত্ৰ পহুনা

ডিজিটেল ডেস্কঃ অসম পৰ্যটনৰ ব্ৰেণ্ড এম্বেছাদৰ প্ৰিয়ংকা চোপ্ৰাৰ প্ৰযোজনাৰ প্ৰথমখন ছিকিম ভাষাৰ চলচ্চিত্ৰ ‘পহুনা –দ্য লিট্ল ভিজিটৰছ’ অহা ৭ ডিচেম্বৰত মুক্তিৰ বাবে সাজু হৈছে। ‘পহুনা’ত তিনিজন নেপালী শিশুৰ পিতৃ-মাতৃৰ পৰা বিছিন্ন হোৱা তথা তেওঁলোকৰ ঘৰলৈ উভতনি যাত্ৰাৰ কাহিনী বৰ্ণিত হৈছে। ছিকিমী ভাষাৰ ছবিখন পৰিচালনা কৰিছে পাখি ও টায়াৰাৱালাই আৰু ছবিখন …

অধিক »

৫ অক্টোবৰত ছবি গৃহলৈ আহিব জুবিন গাৰ্গৰ ‘দ্যা আন্ডাৰ’ৱল্ড’

ডিজিটেল ডেস্কঃ ক্ৰমাৎ ভাল দিন আহিব ধৰিছে অসমীয়া চিনেমাৰ। ৰিমা দাসৰ ভিলেছ ৰকষ্টাৰ্ছে অসমীয়া চিনেমাত এক নতুন মাত্ৰা দিলে। ইয়াৰ পিছতে অসমীয়া চিনেমা জগতত সংযোজিত হব আন এখন ব্যয় বহুল চিনেমা দ্যা আন্ডাৰ’ৱৰ্ল্ড। এই কথা ব্যক্ত কৰিছে অসমীয়া চিনেমা জগতৰ আগশাৰীৰ অভিনেতা নিপন গোস্বামীয়ে। উল্লেখযোগ্য যে ৫ অক্টোবৰত মুক্তি লাভ …

অধিক »

ছিম ছ্যাপৰ পৰা ৰক্ষা পাবলৈ এইকেইটা কথা মনত ৰাখিব

চুলতান মাহমুদ মিৰ্ধা শেহতীয়াভাৱে অতি উদ্বেগজনকভাৱে বৃদ্ধি পাইছে অনৈতিকভাৱে SIM SWAPING-ৰ ঘটনা। কি এই ছিম ছ্যাপ, ইয়াৰ দ্বাৰা আপুনি কেনেকৈ ক্ষতিগ্ৰস্ত হ’ব পাৰে, ইয়াৰ পৰা কেনেকৈ হাস সাৰিব পাৰে ইত্যাদি প্ৰশ্নৰ উত্তৰ এই প্ৰবন্ধত আলোচনা কৰাৰ প্ৰয়াস কৰিছো। ছিম ছ্যাপ হৈছে আপোনাৰ নম্বৰ সলনি নকৰাকৈ ছিম সলনি কৰি লোৱা। আমি …

অধিক »