শেহতীয়া খবৰ
Home / ৰাজনীতি

ৰাজনীতি

ৰাজনীতি

উত্তৰ প্ৰদেশৰ ফৈজাবাদৰ নাম হ’ল অযোধ্যা

ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ ফৈজাবাদৰ নাম সলনি হৈ গ’ল৷ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে জনালে যে ফৈজাবাদৰ নাম হ’ব অযোধ্যা৷ মাত্ৰ কেইদিনমান আগতে এলাহাবাদৰ নাম সলনি কৰা হৈছে আৰু এতিয়া পুনৰ আৰু এখন ঠাইৰ নাম পৰিৱৰ্তন কৰিলে মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে৷  মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, অযোধ্যা আমাৰ সন্মানৰ প্ৰতীক৷ অযোধ্যাৰ সৈতে ভগবান …

অধিক »

অসম বিধানসভাত নজিৰিবহীন ঘটনাঃ শাসকীয় বিধায়কক জন্তুৰ লগত তুলনা

সদনত মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য আৰু ৰূপজ্যোতি কুৰ্মীৰ তুমুল বাক্-বিতণ্ডা ডিজিটেল ডেস্কঃ আপুনি সদনৰ মজিয়াত শাসক-বিৰােধীৰ বিধায়কসকলৰ মাজত বিভিন্ন প্রসংগক লৈ বাক্-বিতণ্ডা দেখিছে। কিন্তু আজি এই সকলােধৰণৰ সীমা চেৰাই অসম বিধানসভাৰ মজিয়াত সৃষ্টি হ’ল এক নজিৰবিহীন ঘটনা। শাসক-বিৰােধী বিধায়কসকলে ইজনে আনজনক আক্রমণ কৰি অভব্য আচৰণ কৰাই নহয়, পৱিত্র সদনৰ মজিয়াত বিধায়কক …

অধিক »

লোকসভা নিৰ্বাচনত দিল্লীত বিজেপিৰ প্ৰাৰ্থী সেহবাগ-গম্ভীৰ ?

ডিজিটেল ডেস্কঃ বিজেপিৰ হৈ আগন্তক লোকসভা নিৰ্বাচনত প্ৰাৰ্থী হ’ব পাৰে বাৰেন্দ্ৰ সেহবাগ আৰু গৌতম গম্ভীৰ৷ এইধৰণেই আলোচনা আৰম্ভ হৈছে ৰাজধানী দিল্লীত৷ সূত্ৰত প্ৰকাশিত তথ্য মতে বিজেপি কেন্দ্ৰীয় নেতাই ইতিমধ্যে দুয়োগৰাকী প্ৰাক্তন ক্ৰিকেটাৰৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছে৷ তাতকৈ তাৎপৰ্যপূৰ্ণ কথাটো হ’ল ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী তালিকাৰ পৰা অন্তত ৩০-৪০ শতাংশ …

অধিক »

প্রাক্তন সচিব চবিন ৰাজখোৱাক গ্রেপ্তাৰ

ডিজিটেল ডেস্কঃ অসম চুক্তিৰ ফলস্বৰূপে ৰাজ্যবাসীয়ে লাভ কৰা শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত উন্নয়নৰ ধন উদৰস্থ কৰি দুর্নীতিৰ পাহাৰ গঢ়া প্রাক্তন সচিব চবিন ৰাজখোৱা অৱশেষত আৰক্ষীৰ জালত পৰিল৷ অসমৰ থলুৱা লোকনাট্যৰ প্রসাৰৰ বাবে অহা ১.১০ কোটি টকা অপব্যয় কৰাৰ এক বৃহৎ কেলেংকাৰিৰ অভিযোগত অসম আৰক্ষীৰ তদাৰকী আৰু দুর্নীতি নিবাৰক শাখাই আজি ৰাজখোৱাক …

অধিক »

বাজেটৰ ৪৭ শতাংশ ধন ব্যয়ত ব্যৰ্থ সোণোৱাল চৰকাৰ

ডিজিটেল ডেস্ক, গুৱাহাটীঃ বাজেটৰ ধন ব্যয় কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে বিজেপি মিত্ৰজোঁট চৰকাৰখনে। ২০১৭-১৮ বিত্তীয় বৰ্ষত ধাৰ্য কৰা বাজেটত ৪৭ শতাংশ ধন ব্যয় কৰাত ব্যৰ্থ হৈছে চৰকাৰখন। সংশ্লিষ্ট বিভাগ সমূহৰ পৰা সময়মতে ধন মুকলিৰ পৰ্যাপ্ত প্ৰস্তাৱ নপোৱাৰ বাবেই চলিত বিত্তীয় বৰ্ষৰ বাজেটৰ ধন ব্যয় কৰিবলৈ সক্ষম নহ’ল বুলি মন্ত্ৰী হিমন্ত …

অধিক »

গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচনী ফলাফল ঘোষণা

ডিজিটেল ডেস্ক, গুৱাহাটীঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাধাৰণ নিৰ্বাচন ২৪ ছেপ্টেম্বৰ তাৰিখে অনুষ্ঠিত হয় আৰু আজি ঘোষণা কৰা হয়৷ ফলাফলত আছু সমৰ্থিত সভাপতি পদৰ প্ৰাৰ্থী লাকিমণি বৰুৱাই জয়লাভ কৰিবলৈ সক্ষম হয়৷ লাকিমণিয়ে ১৫০৫ টা ভোট লাভ কৰি নিকটতম প্ৰতিদ্বন্দী দীপক দেউৰীক ৫১৩টা ভোটত পৰাস্ত কৰি সভাপতি হিচাপে নিৰ্বাচিত হয়। উল্লেখ্য …

অধিক »

অসম বিধানসভাৰ শৰৎকালীন অধিবেশনৰ প্ৰথম দিনটোতেই নজিৰবিহীন ঘটনা

মূল্যবৃদ্ধিক লৈ উত্তাল সদন, অধ্যক্ষৰ সন্মূখতে বিজেপি গ’ বেক ধ্বনি বিৰোধীৰ ডিজিটেল ডেস্ক, গুৱাহাটীঃ অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ প্রথম দিনটোতেই একনজীবিহীন ঘটনা সংঘটিত হ’ল৷ অধিৱেশনৰ কাম কাজ চলি থকাৰ সময়তেই অধ্যক্ষৰ সন্মূখতেই বিৰােধী বিধায়কসকলে বিজেপি গ’ বেক ধ্বনিৰে উত্তাল কৰি তােলে। পেট্র’ল-ডিজেলৰ সমান্তৰালকৈ অত্যাৱশ্যকীয় সামগ্রীৰ আকাশলংঘী মূল্যবৃদ্ধিক লৈ বিৰােধী দল …

অধিক »

হাত ধৰিবলৈ গৈ মুখ ঠেকেচা আজমলৰ

বদৰুদ্দিনৰ মিত্ৰতাৰ প্ৰস্তাৱ নস্যাৎ কংগ্ৰেছৰ, এআইইউডিফ এতিয়া কাগজতহে চলিছেঃ ৰিপুণ বৰা ডিজিটেল ডেস্কঃ সংখ্যালঘু জনতাক পোনবন্দী কৰি ৰাজনৈতিক মুনাফা লুটা এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমলে কংগ্ৰেছৰ হাতত ধৰি নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ পাং পাতিছিল যদিও সেয়া বাস্তৱত ৰূপায়িত নহ’ল। নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ঘৰিয়ালৰ চকুপানী টুকি ভাওনা কৰি অহা বদৰুদ্দিন আজমলৰ আশাত চেঁচা …

অধিক »

প্রদেশ কংগ্রেছে নিবিচাৰিলেও লোক সভাৰ নির্বাচনত এ আই ইউ ডি এফৰে মিত্রতা হ’ব কংগ্রেছৰ বদৰুদ্দিন আজমল

ডিজিটেল ডেস্কঃ প্রদেশ কংগ্রেছৰ নেতৃত্বই নিবিচাৰিলেও আগন্তুক লোক সভা নির্বাচনত ৰাজ্যত কংগ্রেছ আৰু এ আই ইউ ডি এফৰ মাজত মিত্রতা হ’ব৷ এই দাবী বদৰুদ্দিন আজমলৰ৷ প্রদেশ কংগ্রেছৰ কোনো নেতাই মিত্রতাৰ বিৰোধিতা কৰিলেও কংগ্রেছ হাইকমাণ্ডৰ সিদ্ধান্ত মর্মে দল দুটাৰ মাজত মিত্রতা হ’ব বুলি আজমলে দাবী কৰিছে৷ আজি শিল্পগ্রামত অনুষ্ঠিত এ আই …

অধিক »

৪৫ দিনত পাঁচশ কোটি টকা সংগ্ৰহৰ পৰিকল্পনা কংগ্ৰেছৰ

ডিজিটেল ডেস্কঃ ২০১৯ ৰ লোকসভা নিৰ্বাচনলৈ ছমাহ মান বাকী আছে যদিও কংগ্ৰেছ দলে নিৰ্বাচনী পুঁজি সংগ্ৰহৰ পৰিকল্পনা প্ৰস্তুত কৰি তুলিছে। প্ৰকাশিত বাতৰি অনুসৰি নিৰ্বাচনৰ প্ৰচাৰৰ ব্যয় সংগ্ৰহৰ বাবে কংগ্ৰেছ অহা দুই অক্টোবৰৰ পৰা লোক সম্পৰ্ক আন্দোলন আৰম্ভ কৰিব। গান্ধী জয়ন্তীৰ পৰা দলটোৱে আৰম্ভ কৰিব লগা এই আভিযানৰ জৰিয়তে কংগ্ৰেছে ৰাইজৰ …

অধিক »