শেহতীয়া খবৰ
Home / ব্যৱসায়-বাণিজ্য

ব্যৱসায়-বাণিজ্য

চীন, ভিয়েটনাম, ম্যানমাৰ সহ আন কেইবাখন দেশত বাবে বিমান সেৱা আৰম্ভ কৰিব ইণ্ডিগোই

ডিজিটেল সংবাদঃ ভাৰতবৰ্ষত কম মূল্যত বিমান সেৱা প্ৰদানকাৰী কোম্পানী হ’ল ইণ্ডিগো৷ এইবাৰ ইণ্ডিগোই লৈ আহি আছে আন এক ভাল খবৰ৷ এতিয়া ইণ্ডিগো কোম্পানীয়ে চীন, ভিয়েটনাম, ম্যানমাৰ আৰু চৌদি আৰব সহ আৰু কিছু দেশৰ বাবে বিমান পৰিসেৱা প্ৰদানৰ পৰিকল্পনা কৰিছে৷ কোম্পানীৰ প্ৰাধান কাৰ্যবাহী কৰ্মকৰ্তা ৰণজয় দত্ত জনায় যে, ইণ্ডিগো এতিয়া আন্তঃৰাষ্ট্ৰীয় …

অধিক »

ভোডাফোনৰ পোষ্ট পেইড গ্ৰাহকলৈ বিশেষ সুবিধা

ডিজিটেল সংবাদ, গুৱাহাটীঃ এতিয়া ডাটা শেষ হোৱাৰ কোনো আশংকা নাই। টেলিকম কোম্পানী ভোডাফোন ইণ্ডিয়াই পোষ্ট পেইড গ্ৰাহকৰ বাবে আগবঢ়াইছে এক নতুন প্লেন। ‘ভোডাফোন ৰেড আইফোন ফৰএভাৰ’ প্লেনটোৰ মূল্য ৬৪৯ টকা। কিন্তু এই অফাৰৰ জৰিয়তে পোষ্ট পেইড গ্ৰাহকে লাভ কৰিব ৯০ জিবি ডাটা পেক। ভোডাফোনে ৰেড আইফোন ফৰএভাৰৰ দ্বাৰা লাভ কৰিবলগা …

অধিক »

বন্ধ নহয় বি এছ এন এল সেৱাঃ অসমতো আৰম্ভ হ’ব ৪জি সেৱা

ডিজিটেল সংবাদ, গুৱাহাটীঃ বন্ধ হ’ব নেকি বি এছ এন এল সেৱা? এই লৈ বিগত কিছুদিনৰ পৰা সমগ্ৰ দেশ জুৰি চলা চৰ্চাৰ পিছতে শুকুবাৰে ভাৰত সঞ্চাৰ নিগম লিমিটেড অৰ্থাৎ বি এছ এন এলৰ অসম চাৰ্ক’লৰ চি জি এম সন্দীপ গোভিলৰে এখন সংবাদ মেল সম্বোধন কৰে। সংবাদমলেত তেওঁ বি এছ এন এল সেৱা …

অধিক »

পাচলিৰ পৰা চাউল-ডালি সকলো পাওঁক এতিয়া হোম ডেলিভাৰী আপোনাৰ চহৰ গুৱাহাটীত

ঘৰৰ বজাৰ কৰিবলৈ আপোনাৰ হাতত সময় নাই নেকি ? দিনটো কাৰ্য্যালয়ত কাম কৰাৰ পিছত আবেলি বজাৰত সোমাই দামদৰ কৰি নিত্য প্ৰয়োজনীয় ঘৰুৱা সামগ্ৰী কিনিবলৈ আপোনাৰ ধৈৰ্য্য নহয় নেকি ? ডিজিটেল সংবাদ, গুৱাহাটীঃ এতিয়া আৰু এইবোৰ চিন্তা কৰিব নালাগে৷ এতিয়া আপোনাৰ পাকঘৰৰ ব্যৱহাৰ্য্য সামগ্ৰীৰ পৰা আৰম্ভ কৰি ঘৰুৱা ব্যৱহাৰ্য্য প্ৰতিটো নিত্য …

অধিক »

সুখবৰ ! হ্ৰাস পাব গৃহ ঋণৰ ইএমআই

ডিজিটেল সংবাদঃ বেংকৰপৰা ঋণ লৈ নিজৰ সপোনৰ  ঘৰখন নিৰ্মাণ কৰাৰ কথা চিন্তা কৰি আছে নেকি ? পিছে ঋণৰ মাহেকীয়া কিস্তিৰ কথা চিন্তা কৰি থমকি বৰ লগীয়া হৈছে নেকি ? পিছে এতিয়া ঋণ লৈ গৃহ নিৰ্মাণ কৰিব বিচৰা সকলৰ বাবে সুখবৰ। হ্ৰাস পাব গৃহ ঋণৰ ইএমআই। ভাৰতীয় ৰিজাৰ্ভ বেংকে ষষ্ঠ মুদ্ৰা …

অধিক »

ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য হ্ৰাস

আজি মাজনিশাৰে পৰা কাৰ্যকৰী হ’ব নতুন নিৰিখ ডিজিটেল সংবাদঃ ক্ৰমাগতভাৱে বৃদ্ধি পাই অহা ৰন্ধন গেছৰ মূল্য এইবাৰ হ্ৰাস পাইছে। ঘৰুৱা আৰু বাণিজ্যিক দুয়োবিধ চিলিণ্ডাৰৰে মূল্য হ্ৰাস পাব। আজি মাজনিশাৰ পৰা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ নতুন নিৰিখ কাৰ্যকৰী হ’ব। নতুনকৈ নিৰ্দ্ধাৰণ কৰা মূল্য অনুসৰি ৰন্ধন গেছৰ ঘৰুৱা চিলিণ্ডাৰৰ প্ৰতিটোৰ মূল্য ৩৩.৫০ টকাকৈ হ্ৰাস …

অধিক »

ডেনা, বিজয়া, বৰোদা বেংক একত্ৰীকৰণৰ সিদ্ধান্ত কেন্দ্ৰৰ

১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব একত্ৰীকৰণ ডিজিটেল সংবাদঃ বেংক কর্মচাৰীৰ প্রবল বিৰােধিতাক আওকাণ কৰি অৱশেষত বিজয়া বেংক, ডেনা বেংক, বেংক অব বৰােদাৰ সৈতে চামিল কৰিবলৈ লােৱা সিদ্ধান্তত অনুমােদন জনাইছে কেন্দ্রীয় কেবিনেটে। বুধবাৰে অনুষ্ঠিত কেন্দ্রীয় কেবিনেট বৈঠকৰ অনুমােদনৰ কথা ঘােষণা কৰে কেন্দ্রীয় আইন মন্ত্ৰী ৰবি শংকৰ প্ৰসাদে। ভাৰতীয় বেংক ব্যৱস্থাৰ ইতিহাসত তিনিটাকৈ …

অধিক »

টেলিকম ৰেগুলেটৰীৰ সিদ্ধান্তক তীব্ৰ বিৰোধিতা বৃহত্তৰ গুৱাহাটী কেবল টিভি অপাৰেটৰ সন্থাৰ

ডিজিটেল সংবাদ, গুৱাহাটীঃ টেলিকম ৰেগুলেটৰী অৱ ইণ্ডিয়াৰ নতুন নিৰ্দেশনাৰ তীব্ৰ বিৰোধিতা বৃহত্তৰ গুৱাহাটী কেবল টিভি অপাৰেটৰ সন্থাৰ। কেবল টিভি অপাৰেটৰসকলে নিজাববীয়াকৈ কৰিব নোৱাৰিব মাছুল। এইক্ষেত্ৰত মাছুল নিৰ্ধাৰণ কৰিব টেলিকমৰ বিষয়ববীয়া সকলে। সেই অনুসৰি উপভোক্তাসকলে ন্যূনতম ১৩০ টকাৰ লগতে দিব লাগিব ১৮ শতাংশ GST, য’ত থাকিব অকল ফ্ৰী টু এয়াৰৰ ১০০টা …

অধিক »

নগাঁও মৰাপাট কল পুনৰুজ্জীৱিতকৰণ ! ৩২.৭২ কোটি ঋণৰ প্ৰস্তাৱত কেবিনেটৰ অনুমোদন

ডিজিটেল সংবাদঃ ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকে শেহতীয়াকৈ অনুমোদন জনোৱা কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱৰ ভিতৰত অন্যতম প্ৰস্তাৱ আছিল নগাঁও মৰাপাট কলৰ পুনৰুজ্জীৱিতকৰণৰ বাবে ৰাষ্ট্ৰীয় সমবায় উন্নয়ন নিগমৰ পৰা ৩২.৭২ কোটি টকা ঋণ লোৱাৰ প্ৰস্তাৱ। এই কথা উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ঘোষণা কৰাৰ লগে লগে  অসম সমবায় মৰাপাট কলৰ বাহিৰে-ভিতৰে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। উদ্যোগ …

অধিক »

চাহ উদ্যোগলৈ কঢ়িয়ালে সুখবৰ

ডিজিটেল সংবাদঃ ক্ষুদ্ৰ চাহ খেতিৰে অসমৰ গৰিষ্ঠ সংখ্যক নিবনুৱা যুৱকে আশাৰ বতৰা কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ।ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বহু অসমীয়া যুৱকে শ শ বিঘা মাটিত চাহ খেতি আৰম্ভ কৰি ৰাজ্যখনলৈ আশাৰ বতৰা কঢ়িয়াই অনাৰ সময়তে শোণিতপুৰ জিলাৰ নাহৰবাৰী চাহ ফেক্টৰীয়ে বিৰল সন্মান আজুৰি আনিছে।যোৱা ২৯নবেম্বৰ পৰা ১ডিচেম্বৰলৈ মুম্বাইৰ নেহৰু …

অধিক »