শেহতীয়া খবৰ
Home / আঞ্চলিক / মহানগৰ

মহানগৰ

পবিত্ৰ মহৰম উপলক্ষে দৰিদ্ৰ লোকৰ মাজত ফলমূল বিতৰণ আমছুৰ

ডিজিটেল ডেস্কঃ আজি পবিত্ৰ মহৰম৷ দেশবাসীৰ লগতে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ইছলামধৰ্মালম্বী লোকসকলে বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰিছে পবিত্ৰ মহৰম৷ এই পবিত্ৰ দিনটোতে আমছুৰ মহানগৰ জিলা সমিতিৰ এক প্ৰসংশনীয় পদক্ষেপে সকলোৰে দৃষ্টি আকৰ্ষন কৰিবলৈ সক্ষম হৈছে৷ এমুঠি অন্ন-বস্ত্ৰ আৰু বাসস্থানৰ বাবে হাহাকাৰ কৰি মহানগৰীৰ ফুটপাথে ফুটপাথে অঘৰী জীৱন যাপন কৰা নিচলা লোকসকলৰ …

অধিক »

ইয়াহইয়া আহমেদ বৰভূঞাৰ ‘ক্ষমতাৰ দ্বন্দ্ব’ উন্মোচন

ডিজিটেল ডেস্ক, গুৱাহাটীঃ উদীয়মান লেখক ইয়াহইয়া আহমেদ বৰভূঞাৰ প্ৰৱন্ধ সংকলন ‘ক্ষমতাৰ দ্বন্দ্ব’ আজি ডি ৱাই৩৬৫ নিউজ চেনেলৰ কাৰ্যালয়ত উন্মোচন কৰা হয়। এক সৌষ্ঠৱ পৰিৱেশত গ্ৰন্থখন উন্মোচন কৰে বুদ্ধিজীৱী সাহিত্যিক ড০ দীনেশ বৈশ্যই৷ গ্ৰন্থ উন্মোচনত উন্মোচকক সহযোগ কৰে তথা এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ‘গণ অধিকাৰ’ কাকতৰ সম্পাদক …

অধিক »

পূব গুৱাহাটী উচ্চ বিদ্যালয়ত “স্বচ্ছতাই সেৱা” পষেকৰ শুভাৰম্ভ

ডিজিটেল ডেস্কঃ সমগ্ৰ দেশৰ লগতে অসমতো শিক্ষা বিভাগৰ উদ্যোগত আজি পূব গুৱাহাটী উচ্চ বিদ্যালয়তো “স্বচ্ছতাই সেৱা” পষেকৰ শুভাৰম্ভ কৰে৷ অসম মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ সঞ্চালক ফণিন্দ্ৰ জিদুঙ আৰু উপ-সঞ্চালক প্ৰবীণ শৰ্মাৰ  উপস্থিতত শিক্ষক ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয় চৌহদ সমূহীয়া চাফাই কৰাৰ লগতে স্বচ্ছতা বিষয়ক বাটৰ নাট পৰিৱেশন কৰে পূব গুৱাহাটী উচ্চ বিদ্যালয়ৰ সপ্তম …

অধিক »

প্ৰতীক হাজেলাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল আমছু

ডিজিটেল ডেস্কঃ  এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশৰ পিছতেই নাম বাদ পৰা ৪০ লাখ লোকৰ দাবী আবেদনৰ ক্ষেত্ৰত পোন্ধৰটা নথিৰ ভিতৰত পাঁচটা নথি কৰ্তন কৰিব লাগে বুলি এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই উচ্চতম ন্যায়ালয়ত দিয়া পৰামৰ্শৰ বিৰুদ্ধে গৰজি উঠিছে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছু। এন আৰ …

অধিক »

পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধি অব্যাহত

ডিজিটেল ডেস্কঃ চেঞ্চুৰীৰ দিশে আগবাঢ়িছে পেট্ৰ’ল-ডিজেলৰ মূল্য। কংগ্ৰেছৰ ভাৰত বন্ধয়ো ৰোধিব নোৱাৰিলে পেট্ৰ’ল-ডিজেলৰ মুল্যবৃদ্ধি। বিগত কেইটামান দিনৰ দৰে মঙলবাৰেও বাঢ়িল পেট্ৰ’ল-ডিজেলৰ মূল্য। গুৱাহাটীত আজি প্ৰতিলিটাৰ পেট্ৰলত ১৫ পইচা বৃদ্ধি হৈ ৮৩.২৬ টকা হোৱাৰ বিপৰীতে প্ৰতিলিটাৰ ডিজেলত ১২ পইচাকৈ বৃদ্ধি হৈ ৭৬.২৯ টকা হয়গৈ। ইফালে, দিল্লীত মঙলবাৰে পেট্ৰ’লৰ মূল্য প্ৰতি লিটাৰত বৃদ্ধি …

অধিক »

শিক্ষক দিৱসৰ দিনা শিক্ষকে পালন কৰিছে প্ৰতাৰণা দিৱস

ডিজিটেল ডেস্কঃ পৃথিৱীৰ বিভিন্ন দেশত শিক্ষকসকলক বহু উচ্চ মৰ্যাদা প্ৰদান কৰাৰ বিপৰীতে আমাৰ দেশত কিন্তু তাৰ বিপৰীত অৱস্থা এটা দেখিবলৈ পোৱা যায়৷ বিশেষকৈ আমাৰ অসমত যি অপ্ৰাদেশীকৃত বিদ্যালয়ৰ শিক্ষকসকল আছে তেওঁলোকৰ লগত চৰকাৰে দেখুৱাই অহা অৱহেলা হৈছে তাৰ এক জলন্ত উদাহৰণ৷ বছৰৰ পিছত বছৰ ধৰি এই শিক্ষাগুৰু সকলে বিনাবেতনে পাঠদান …

অধিক »

বাজপেয়ীৰ মৃত্যুত মহানগৰীত আমছুৰ বন্তি প্ৰজ্বলন

ডিজিটেল ডেস্কঃ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা বিজেপিৰ পিতামহ অটল বিহাৰী বাজপেয়ীৰ মৃত্যুত আজিও শোকস্তব্ধ হৈ আছে দেশ। জননেতা বাজপেয়ীৰ বিদেহী আত্মাৰ সদ্গতি কামনা কৰি দেশৰ ইমূৰৰ পৰা সিমূৰলৈ বিভিন্ন দল-সংগঠনে আয়োজন কৰিছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ। আজি মহানগৰীৰ ৰাজধানী মছজিদৰ সমীপত আমছুৰ মহানগৰ জিলা সমিতিয়ে বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰে। আমছুৰ মহানগৰ …

অধিক »

মহানগৰীত মেলেৰীয়া, ডেংগু ৰােগ প্ৰতিৰােধৰ বাবে স্বাস্থ্য বিভাগৰ ধােৱা দিয়াৰ ব্যৱস্থা

গণ অধিকাৰ, ডিজিটেল ডেস্কঃ গুৱাহাটী মহানগৰীৰ বিভিন্ন অঞ্চলত মেলেৰীয়া ডেংগু আদি ৰােগ প্ৰতিৰােধৰ বাবে জিলা স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ যুটীয়া সঞ্চালকৰ কাৰ্যালয়ৰ তৰফৰ পৰা গুৱাহাটী পৌৰনিগমৰ সহযােগত মহানগৰীৰ বিভিন্ন অঞ্চলত ধােৱা দিয়া (Fogging) ৰ কাম আৰম্ভ হৈছে। যােৱা ১ আগষ্টৰ পৰা আৰম্ভ কৰা এই ধােৱা প্রদান কার্যসূচী অনুসৰি অহা …

অধিক »

মহানগৰত ৰোলাৰ চলাই ধংস বৃহৎ পৰিমাণৰ অবৈধ সুৰাৰ বটল

গণ অধিকাৰ, পঙ্কজ নাথঃ আজি গুৱাহাটীৰ গড়চুকত বিনষ্ট কৰা হয় বৃহৎ পৰিমাণৰ অবৈধ সুৰাৰ বটল। আবকাৰী বিভাগৰ একাংশ বিষয়াই অসাধু ব্যৱসায়ীৰে গোপনে বুজা বুজি কৰি ৰাজ্যৰ বিভিন্ন স্থানত অবৈধ সুৰাৰ বেহা চলাই নিয়াত সহযোগিতা কৰাৰ জনসাধাৰণৰ দ্বাৰা অভিযোগ উত্থাপন হৈ আহিছে। তাৰ মাজতে বিভাগীয় মন্ত্ৰী পৰিমল শুক্লবৈদ্যই বিভাগটো নিৰ্মূল কৰণৰ …

অধিক »

এন আৰ চিত নাম প্ৰকাশ নোপোৱাৰ কাৰণ জানিবলৈ সেৱা কেন্দ্ৰ সমূহত ভিৰ

গণ অধিকাৰ, ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ পূৰ্ণাংগ খচৰাত নাম সন্নিবিষ্ট নোহোৱা লোক সকলে আজিৰ পৰা জানিব পাৰিব নাগৰিক পঞ্জীত তেওঁলোকৰ নাম সন্নিবিষ্ট নোহোৱাৰ কাৰণ। এন আৰ চি সেৱা কেন্দ্ৰসমূহত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ খচৰাত নাম সন্নিবিষ্ট নোহোৱাৰ কাৰণ জনোৱা হ’ব। ৰাজ্য থকা ২৫০০ এন আৰ চি সেৱা কেন্দ্ৰ সমূহত যিসকল ব্যক্তিৰ …

অধিক »