শেহতীয়া খবৰ
Home / চিত্ৰ-সংবাদ / বক্স অফিচত ছলমান-কেটৰিনাৰ ছবি ‘ভাৰত’ৰ চলিত বৰ্ষৰ অভিলেখ ভংগ

বক্স অফিচত ছলমান-কেটৰিনাৰ ছবি ‘ভাৰত’ৰ চলিত বৰ্ষৰ অভিলেখ ভংগ

প্ৰতিবছৰে ঈদৰ সময়ত ছলমান খানৰ ছবি মুক্তি পায় আহি থকা আৰু এইবাৰো অৰ্থাৎ ৫ জুনত মুক্তিলাভ কৰা চলমান-কেটৰিনাৰ ছবি ‘ভাৰত’এ চলিত বৰ্ষৰ সকলো অভিলেখ ভংগ কৰিছে। মুক্তিৰ প্ৰথম দিনা ৪২ কো্‌টি টকাৰ উপাৰ্জন কৰি এক অভিলেখ সৃষ্টি কৰিছে। বৰ্তমানলৈকে ১২২ কোটি টকা উপাৰ্জন হয়। উল্লেখ যে ছবিজগতৰ বিশেষজ্ঞৰ সমীক্ষা মতে আজি দেওবাৰ হোৱাৰ প্ৰতি লক্ষ্য ৰাখি দৰ্শক অধিক হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে।