শেহতীয়া খবৰ
Home / ক্ৰীড়া / আজি আই চি চি ৱৰ্ল্ডকাপ-২০১৯ৰ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতৰ বৃহৎ জয় | আজি অনুষ্ঠিত  ভাৰত-অষ্ট্ৰেলিয়াৰ মেচৰ কিছু আকৰ্ষনীয় দৃশ্য

আজি আই চি চি ৱৰ্ল্ডকাপ-২০১৯ৰ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতৰ বৃহৎ জয় | আজি অনুষ্ঠিত  ভাৰত-অষ্ট্ৰেলিয়াৰ মেচৰ কিছু আকৰ্ষনীয় দৃশ্য


Update 2:30 PM :  আজি আই চি চি ৱৰ্ল্ডকাপ-২০১৯ৰ ভাৰত-অষ্ট্ৰেলিয়াৰ মুখামুখি

আই চি চি ৱৰ্ল্ডকাপ-২০১৯ৰ দ্বিতীয়খন মেচ অৰ্থাৎ প্ৰতিযোগিতাখনৰ ১৪সংখ্যক মেচখন ভাৰত-অষ্ট্ৰেলিয়াৰ মাজত দ্য অভেলত অনুষ্ঠিত হ’ব। উল্লেখ্য যে অষ্ট্ৰেলিয়াই ইতিমধ্যে দুখনকৈ মেচত জয়লাভ কৰি মনোবল বৃদ্ধি পাইছে ।

আনহাতে ভাৰতেও দক্ষিণ আফ্ৰিকাক বৃহৎ ব্যৱধানত হৰুৱাই দলৰ মনোবল অধিক বৃদ্ধি পোৱাত মেচখন অধিক আকৰ্ষণীয় হ’ব বুলি ক্ৰিকেট প্ৰেমীৰ মাজত চৰ্চা দেখা পোৱা গৈছে।