শেহতীয়া খবৰ
Home / ব্যৱসায়-বাণিজ্য / নতুন বৈশিষ্ট্যৰে পৰিপূৰ্ণ ৰেনল্ড কুইড মুকলি

নতুন বৈশিষ্ট্যৰে পৰিপূৰ্ণ ৰেনল্ড কুইড মুকলি

ডিজিটেল ডেস্ক, গুৱাহাটীঃ গুৱাহাটী মেেট্ৰাপলিটান লালমাটিস্থিত ৰেনল্ড শ্ব’ৰূমত নতুন বশিষ্ট্যৰে পৰিপূৰ্ণ ৰেনল্ড কুইড আজি মুকলি কৰা হয়। হেচেবকৰ নতুন মডেল মেনুৱেল আৰু স্বয়ংক্ৰিয় ট্ৰান্সমিছন বিকল্প দুয়োটাই উপলব্ধ। নতুন কুইডে আগবঢাইছে বহুতো সুবিধা। ইয়াৰ ব্যৱহাৰকাৰীৰ উপযোগ্য মিডিয়া এন এ ভিৰ প্ৰথম শ্ৰেণীৰ টাচস্ক্ৰীন ডিছপ্লে আৰু প্ৰথম শ্ৰেণীৰ নতুন ৰিভাৰ্ছ পাকিং কেমেৰাৰ সুবিধা আছে। লগতে প্ৰথম ইন ক্লাছ ডিজিটেল সঁজুলি ক্লাষ্টাৰ পঢিÿবলৈ সহজ হ’ব, য’ত প্ৰত্যেকটো ড্ৰাইভ আৰামদায়ক হ’ব। কুইডৰ সকলো নতুন অৱতাৰৰ কথা ক’বলৈ গৈ আতিকুৰ ৰহমান, পৰিচালক, ৰোনাল্ড গুৱাহাটী, মেেট্ৰাপলিটান, কয়– “নতুন কুইড অতিৰিক্ত খৰচ নোহোৱাকৈ বিভিন্ন সুবিধা লৈ আহিছে। আমাৰ বিশ্বাস যে পূৰ্বত্তোৰৰ লোকসকলে ইয়াক পছন্দ কৰিব, কাৰণ এইখন বাহন আমাৰ একেকাৰ বােব উপযুক্ত আৰু নতুন সুবিধাৰে যুক্ত হোৱা বােব নিশ্চিতভাৱে ইয়াৰ বিক্ৰী আকৰ্ষিত কৰিব।” মিঃ গৌতম ৰায়চৌধুৰী (ডিজিএম. এছ বি আই) গুৱাহাটী অনুষ্ঠানত মুখ্য অতিথিৰূেপ উপস্থিত থাকি আতিকুৰ ৰহমানৰ লগত গাড়ীখন মুকলি কৰে। মুকলি কৰা সময়ত মিঃ ৰায়চৌধুৰীয়ে কয়– “সুৰক্ষা, আৰামদায়ক আৰু ষ্টাইলিছ বাহ্যিকভাৱে কুইড এক আকৰ্ষণীয় গাড়ী। ইয়াৰ বাহিৰেও অন্য এটা ভাল কথা হ’ল যে এইখন গাড়ী এক দামত উপলব্ধ হ’ব।”ৰেনল্ড কুইড আৰামদায়ক, সুৰক্ষিত ড্ৰাইভ, হেণ্ডেলিং আৰু হেণ্ডলিং ছীষ্টেমেৰে সুসজ্জিত। অতিৰিক্ত সুৰক্ষাৰ বােব কুইড ফ্ৰন্ট ই এল আৰ, ছীট বেল্ট আৰু ইপছৰ নতুন ই এল আৰ, ছীট বেল্ট, ড্ৰাইভ ছাইড এয়াৰেবগ আৰু কেন্দ্ৰীয় লকিং ছীষ্টেম আছে। ফ্ৰন্ট ব্ৰেক সুনিশ্চিত কৰে যে সকলো বতৰৰ বােব আেপানাক পূৰ্ণ শান্তিত থাকিবলৈ দিব উচ্চ মাউণ্ট ষ্টেপ লেপ আৰু শ্ৰব্য পাকিং। ইয়াৰ উপৰিও ৰেনল্ড কুইড মূৰ সলনি কৰাৰ বােব ডিজাইন কৰা হৈছে। নতুন ৰেজৰ-ইজ-ক্ৰম ফ্ৰন্ট গ্ৰিল ৰেনল্ডৰ হীৰা ল’গ’ত জিলিকাই তুলিছে। এৰগ’ স্মাৰ্ট কেবিনৰ কাৰণে কলা, ৰঙা আৰু গ্ৰে ৰঙৰ কােপাৰ ৰেনল্ড কুইড ভিতৰত এক স্পোৰ্টী অনুভৱ কৰাব।