শেহতীয়া খবৰ
Home / আঞ্চলিক / আই এম এৰ আহবানত সমগ্ৰ দেশত চিকিৎসকৰ প্ৰতিবাদত

আই এম এৰ আহবানত সমগ্ৰ দেশত চিকিৎসকৰ প্ৰতিবাদত


যোৱা ১০ জুনত এন আৰ এছ মেডিকেল কলেজ হস্পিতাল, কলকাতাত কিছু ৰোগীৰ আত্মীয়ই কনিষ্ঠ চিকিৎসকক প্ৰহাৰ কৰে। উক্ত ঘটনাক কেন্দ্ৰ কৰি আজি আই এম এ আহবান কৰা প্ৰতিবাদী কাৰ্যসূচী মৰ্মে সমগ্ৰ দেশত চিকিৎসকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। উক্ত প্ৰতিবাদত অসমৰ কেইবাখনো জিলাত প্ৰভাৱ পৰা দেখা যায় যায়। চিকিৎসকসকলে দাবী কৰা অনুসৰি চৰকাৰে দোষীক কৰায়ত্ব কৰি শাস্তি প্ৰদান আৰু চিকিৎসকৰ সুৰক্ষা নিশ্চিত কৰা। অন্যথা অহা ১৭ জুনত আন্দোলন তীব্ৰতৰ কৰি তোলাৰ হুংকাৰ দিয়ে।