শেহতীয়া খবৰ
Home / ক্ৰীড়া / বিশ্ব মল্লযুদ্ধ খিতাপৰ চেমি ফাইনেলত প্ৰৱেশ সুমিত মালিকৰ

বিশ্ব মল্লযুদ্ধ খিতাপৰ চেমি ফাইনেলত প্ৰৱেশ সুমিত মালিকৰ

ডিজিটেল ডেস্কঃ ভাৰতৰ মল্লযুজাৰু সুমিত মালিকে বিশ্ব মল্লযুজৰ খিতাপৰ চেমি ফাইনেলত প্ৰৱেশ কৰিছে৷ অলপতে অনুষ্ঠিত হৈ যোৱা গ’ল্ড ক’ষ্ট কমনৱেল্থ গেমছৰ সোনৰ পদক বিজয়ী মালিকে ১২৫ কেজিৰ শাখাত কাজাখাস্তানৰ য়াৰমুকামবেটক ৬-১ আৰু জাপানৰ য়ামাম’ট’ক ৪-১ ৰ ব্যৱধানত ক্ৰমে কোৱাৰ্টাৰ ফাইনেল আৰু প্ৰি-কোৱাৰ্টাৰ ফাইনেলত পৰাস্ত কৰি চেমি ফাইনেল ৰাউণ্ডত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছে৷ উল্লেখ্য যে জাকাৰ্টাত অনুষ্ঠিত হোৱা এছিয়ান গেমচত বিফল হোৱা মালিকে নিজৰ এই সফলতাত যথেষ্ঠ উৎসাহিত হৈ পৰিছে৷