শেহতীয়া খবৰ
Home / আঞ্চলিক / ইচ্ছা অনুযায়ী কাকো ডিটেশ্যন কেম্পলৈ প্ৰেৰণ কৰিব নোৱাৰে অসম চৰকাৰেঃ উচ্চতম ন্যায়ালয়ৰ জাননী

ইচ্ছা অনুযায়ী কাকো ডিটেশ্যন কেম্পলৈ প্ৰেৰণ কৰিব নোৱাৰে অসম চৰকাৰেঃ উচ্চতম ন্যায়ালয়ৰ জাননী

  • অসম চৰকাৰলৈ উচ্চতম ন্যায়ালয়ৰ জাননী প্ৰেৰণ।
  • নাগৰিক পঞ্জী আৰু ডি ভোটাৰক লৈ জাননী প্ৰেৰণ কৰিলে ন্যয়ালয়ে।
  • ইচ্ছা অনুযায়ী কোনো ব্যক্তিক আটক কৰি ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰিব নোৱাৰে চৰকাৰে।
  • কোনো ব্যক্তিক আটক কৰাৰ পূৰ্বেই সিদ্ধান্ত ল’ব লাগিব অসম চৰকাৰে।
  • ইচ্ছা অবিহনে কাকো আটক কৰিব নোৱাৰে চৰকাৰে।
  • মৌলিক অধিকাৰ প্ৰদান কৰা উচিত তেওঁলোককো।