শেহতীয়া খবৰ
Home / আঞ্চলিক / ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনৰ তাৰিখ ঘোষণা

ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনৰ তাৰিখ ঘোষণা

  • ঘোষণা হ’ল ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনৰ তাৰিখ।
  • ৰাজ্যত দুটা পৰ্যায়ত অনুষ্ঠিত হব পঞ্চায়ত নিৰ্বাচন।
  • ৫ আৰু ৯ ডিচেম্বৰত অনুষ্ঠিত হব পঞ্চায়ত নিৰ্বাচন।
  • ১২ ডিচেম্বৰত সম্পন্ন হব ভোটগণনা।
  • প্ৰথম পৰ্যায়ত ১৬খন জিলাত হব ভোটগ্ৰহণ।
  • দ্বিতীয় পৰ্যায়ত হ’ব বৰাক-নামনি অসমকে ধৰি ১০খন জিলাত ভোটগ্ৰহণ।
  • প্ৰথম পৰ্যায়ৰ বাবে মনোনয়ন দাখিলৰ দিন ১৫ নৱেম্বৰ।
  • দ্বিতীয় পৰ্যায়ৰ বাবে মনোনয়ন দাখিলৰ দিন ১৯ নৱেম্বৰ।
  • ১ম পৰ্যায়ৰ মনোনয়ন প্ৰত্যাহাৰৰ দিন ১৯ নৱেম্বৰ।
  • ২য় পৰ্যায়ৰ মনোনয়ন প্ৰত্যাহাৰৰ দিন ২২ নৱেম্বৰ।
  • ৰাজ্যত সৰ্বমুঠ প’লিং ষ্টেচনৰ সংখ্যা ২৩,৫০৫টা।
  • সংবাদমেলযোগে ৰাজ্যিক নিৰ্বাচনী আয়ুক্ত হৰেন্দ্ৰ নাথ বৰাই কৰিলে ঘোষণা ।