শেহতীয়া খবৰ
Home / আঞ্চলিক / পৰেশ বৰুৱাৰ ভুৱা মৃত্যুৰ খবৰ

পৰেশ বৰুৱাৰ ভুৱা মৃত্যুৰ খবৰ

ডিজিটেল ডেস্কঃ আজি ৰাতিপুৱাৰে পৰা এটি বাতৰিয়ে সমগ্ৰ অসমৰ লগতে সংবাদ জগততো যথেষ্ট খলকনি লগাইছে। আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ মৃত্যুৰ খবৰ প্ৰচাৰ হৈছিল এটি ডিজিটেল সংবাদ মাধ্যমত। পিছে এই বাতৰি সংক্ৰান্তত আৰক্ষী বিভাগৰ চোৰাংচোৱাৰ হাতত কোনো সঠিক তথ্য নাছিল আৰু অৱশেষত আলফা স্বাধীনে এটি প্ৰেছ বিবৃতিৰ জৰিয়তে বাতৰিটো সম্পূৰ্ণ মিছা বুলি স্পষ্ট কৰি দিয়ে।