শেহতীয়া খবৰ
Home / ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় / নতুন দিল্লীত উলংগ প্ৰতিবাদঃ প্ৰসংগ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬

নতুন দিল্লীত উলংগ প্ৰতিবাদঃ প্ৰসংগ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬

  • দিল্লীৰ সংসদ ভৱনৰ সমীপত উলংগ প্ৰতিবাদ
  • উলংগ হৈ প্ৰতিবাদ কৃষক মুক্তিসহ ৭০টা সংগঠনৰ
  • নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে এই প্ৰতিবাদ
  • জাতিধ্বংসী বিধেয়কখন বাতিলৰ দাবী প্ৰতিবাদকাৰীৰ
  • কটকটীয়া নিৰাপত্তাৰক্ষীৰ সন্মুখতে হঠাৎ উলংগ হৈ প্ৰতিবাদ সাব্যস্ত৷
  • আটাই কেইগৰকী প্ৰতিবাদকাৰীক লগে লগে আটক কৰি উঠাই লৈ যায় আৰক্ষীয়ে৷