শেহতীয়া খবৰ
Home / ক্ৰীড়া / অষ্ট্ৰেলিয়াত ভাৰতীয় ক্ৰিকেট দলৰ ঐতিহাসিক জয়

অষ্ট্ৰেলিয়াত ভাৰতীয় ক্ৰিকেট দলৰ ঐতিহাসিক জয়

  • প্ৰথমবাৰলৈ অষ্ট্ৰেলিয়াৰ ভূমিত টেষ্ট শৃংখলা দখল
  • ২-১ৰে শৃংখলা নিজৰ দখললৈ আনিলে ভাৰতীয় দলটোৱে
  • ছিডনী টেষ্টত আন এক ইতিহাস বিৰাট কোহলী বাহিনীৰ
  • বৰষুণৰ বাধাৰ বাবে চতুৰ্থখন টেষ্ট মেচ ড্ৰ’ ঘোষণা
  • এই শৃংখলা দখলেৰে ইতিহাস ৰচিলে ভাৰতীয় দলটোৱে
  • গৃহ ভূমিত ফলঅ’নৰ সন্মুখীন অষ্ট্ৰেলিয়া ক্ৰিকেট দল
  • ৩১ বছৰৰ পিছত ফলঅ’নৰ সন্মুখীন কেংগাৰু বাহিনী
  • ভাৰতৰ এই ঐতিহাসিক বিজয়ত আৱেগিক সুনীল গাভাস্কাৰ