শেহতীয়া খবৰ
Home / আঞ্চলিক / অসম বিশ্ববিদ্যালয়ত নিষিদ্ধ বিদ্যাৰ্থীৰ প্ৰতিবাদ

অসম বিশ্ববিদ্যালয়ত নিষিদ্ধ বিদ্যাৰ্থীৰ প্ৰতিবাদ

ডিজিটেল সংবাদঃ শিলচৰৰ অসম বিশ্ববিদ্যালয়ত বিদ্যাৰ্থীৰ সকলো ধৰণৰ প্ৰতিবাদ নিষিদ্ধ৷ কোনো বিদ্যাৰ্থীয়ে প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিলেই সন্মুখীন হ’ব লাগিব শাস্তিৰ৷ প্ৰদীপ দত্তৰায় নামৰ বৰাকৰ বিজেপি নেতাজনে বিশ্ববিদ্যালয়খনৰ জাতিধ্বংসী বিধেয়কবিৰোধী ছাত্ৰ সমাজক ভাবুকি প্ৰদান কৰিছিল৷ ইয়াৰ পিছতেই বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ শেহতীয়া নিৰ্দেশনাত সৃষ্টি হৈছে প্ৰতিক্ৰিয়া৷