শেহতীয়া খবৰ
Home / আঞ্চলিক / প্ৰাক্তন মন্ত্ৰী তথা অসম চুক্তিৰ এজন স্বাক্ষৰকাৰী বিৰাজ শৰ্মাৰ দেহাৱসান

প্ৰাক্তন মন্ত্ৰী তথা অসম চুক্তিৰ এজন স্বাক্ষৰকাৰী বিৰাজ শৰ্মাৰ দেহাৱসান

  • প্ৰাক্তন মন্ত্ৰী বিৰাজ শৰ্মাৰ দেহাৱসান।
  • দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল বিৰাজ শৰ্মা।
  • নেমকেয়াৰ হস্পিতালত ২.২৬ বজাত শেষ নিশ্বাস ত্যাগ কৰে শৰ্মাই।
  • ৭ জানুৱাৰীত নেমকেয়াৰত ভৰ্তি হৈছিল প্ৰাক্তন মন্ত্ৰীগৰাকী।
  • যকৃতজনিত ৰোগত আক্ৰান্ত আছিল তেওঁ।
  • চিকিৎসালয়তে তেওঁৰ স্বাস্থ্যৰ ক্ৰমশ অৱনতি ঘটিছিল।
  • অসম আন্দোলনৰ সৈতে জড়িত আছিল বিৰাজ শৰ্মা।
  • অসম চুক্তি স্বাক্ষৰ কৰা অন্যতম স্বাক্ষৰকাৰী আছিল বিৰাজ শৰ্মা।
  • প্ৰফুল্ল মহন্তৰ মন্ত্ৰীসভাৰ মন্ত্ৰী আছিল বিৰাজ শৰ্মা।
  • অগপ নেতাগৰাকীৰ মৃত্যুত বিভিন্ন দল সংগঠনৰ শোক প্ৰকাশ।