শেহতীয়া খবৰ
Home / ৰাজনীতি / বিজেপিলৈ মাধুৰী দীক্ষিতঃ পুণেৰ পৰা খেলিব লোকসভা নিৰ্বাচন!

বিজেপিলৈ মাধুৰী দীক্ষিতঃ পুণেৰ পৰা খেলিব লোকসভা নিৰ্বাচন!

ডিজিটেল সংবাদঃ বিজেপিৰ পৰা আগন্তুক লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বলীউডৰ মোহময়ী অভিনেত্ৰী মাধুৰী দীক্ষিতে। পুণে সমষ্টিৰ পৰা লোকসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ লগতে পুণেৰ বিজেপিকৰ্মীসকলেও মাধুৰীক প্ৰাৰ্থিত্ব প্ৰদানৰ ক্ষেত্ৰত সমৰ্থন জনাইছে। সেয়েহে আগন্তুক লোকসভা নিৰ্বাচনত মাধুৰী দীক্ষিতে বিজেপি দলৰ পৰা টিকট পোৱাৰ যথেষ্ট সম্ভাৱনা আছে।