শেহতীয়া খবৰ
Home / Uncategorized / নিয়োগ বাৰ্তা / ভাৰতীয় ডাক বিভাগত পদখালী

ভাৰতীয় ডাক বিভাগত পদখালী

ভাৰতীয় ডাক বিভাগত খালী হোৱা পদ পূৰণৰ বাবে অৰ্হতা সম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন পত্ৰ বিচাৰিছে৷

পদৰ নামঃ Postal Assistant/Sorting Assistant

পদৰ সংখ্যাঃ ২৩৫৯ টা

দৰমহা নিৰিখঃ ৫,২০০-২০,২০০ টকা লগতে ২,৪০০ টকা গ্ৰেড পে

শিক্ষাগত অৰ্হতাঃ প্ৰাৰ্থী স্বীকৃতি প্ৰাপ্ত বোৰ্ডৰ পৰা  ১২ম মান উত্তীৰ্ণ হ’ব লাগিব৷

বয়সঃ প্ৰাৰ্থীৰ বয়স ১৮ ৰপৰা ২৭ বছৰৰ ভিতৰত হ’ব লাগিব৷ অ’বিচি, এছটি/এছচিৰ প্ৰাৰ্থীয়ে ৫ বছৰৰ ৰেহাই পাব৷

আবেদনৰ মাচুলঃ সাধাৰণ শ্ৰেণী আৰু অ’বিচি প্ৰাৰ্থীৰ বাবে ১০০ টকা, এছটি/এছচি আৰু আন জনজাতিৰ প্ৰাৰ্থীৰ বাবে কোনো মাচুল ভৰিব নালাগে৷

আবেদন কিদৰে কৰিবঃ আবেদনৰ পদ্ধতি অনলাইন৷ আবেদন কৰিবলৈ ইয়াত ক্লিক কৰক – Apply Online

প্ৰয়োজনীয় তাৰিখঃ

অনলাইন আবেদন আৰম্ভ – ৫ মাৰ্চ ২০১৯

অনলাইন আবেদন শেষ – ৫ এপ্ৰিল ২০১৯