শেহতীয়া খবৰ
Home / ক্ৰীড়া / ছিংগাপুৰ অপেনত চীনৰ চাই য়ানয়ানক 21-13, 17-21, 21-14ৰ ব্যৱধানত হৰুৱাই ভাৰতীয় বেডমিণ্টন তাৰকা পি ভি সিন্ধু ছেমিত প্ৰৱেশ।

ছিংগাপুৰ অপেনত চীনৰ চাই য়ানয়ানক 21-13, 17-21, 21-14ৰ ব্যৱধানত হৰুৱাই ভাৰতীয় বেডমিণ্টন তাৰকা পি ভি সিন্ধু ছেমিত প্ৰৱেশ।

আনহাতে মহিলা ছিংগলছত ভাৰতীয় তাৰকা ছাইনা নেহৱাল 21-8, 21-13 ব্যৱধানত জাপানৰ খেলুৱৈ নজ’মিৰ হাতত পৰাস্ত হয়। 
উল্লেখ্য যে অহা শনিবাৰে শীৰ্ষ ৰেংকিঙৰ তাৰকা জাপানৰ নজ’মি অকুহাৰাৰ সৈতে পি ভি সিন্ধু ছেমি ফাইনেলত মুখামুখি হ’ব।