শেহতীয়া খবৰ
Home / ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় / শ্ৰীলংকাত সপ্তমটো বিস্ফোৰণ, দুজনৰ মৃত্যু, মুঠ নিহতৰ সংখ্যা ১৮৫জনলৈ বৃদ্ধি

শ্ৰীলংকাত সপ্তমটো বিস্ফোৰণ, দুজনৰ মৃত্যু, মুঠ নিহতৰ সংখ্যা ১৮৫জনলৈ বৃদ্ধি

ডিজিটেল সংবাদঃ আকৌ এক বিস্ফোৰণত কঁপিল শ্ৰীলংকা। কলম্বোত সংঘটিত  এই বিস্ফোৰণত দুজন লোকৰ মৃত্যু হৈছে।কলম্বোত এয়া আছিল সপ্তমটো বিস্ফোৰণ। এই পৰ্যন্ত বিস্ফোৰণত নিহতৰ সংখ্যা ১৮৫জনৰো অধিক হৈছে। আহত হৈছে ৪০০ৰো অধিক লোক। পুৱা ইষ্টাৰৰ প্ৰাৰ্থনা চলি থকাৰ সময়তে তিনিটা গীৰ্জা আৰু তিনিখন হোটেলত সংঘটিত হৈছিল ধাৰাবাহিক বিস্ফোৰণ।