শেহতীয়া খবৰ
Home / ক্ৰীড়া / আই চি চি বিশ্বকাপ 2019 : বিৰাটৰ নেতৃত্বত ইংলেণ্ডত উপস্থিত ভাৰতীয় ক্ৰিকেট দল

আই চি চি বিশ্বকাপ 2019 : বিৰাটৰ নেতৃত্বত ইংলেণ্ডত উপস্থিত ভাৰতীয় ক্ৰিকেট দল

30 মে’ৰ পৰা আৰম্ভ হবলগীয়া আই চি চি বিশ্বকাপ 2019ৰ প্ৰতিযোগিতাত অংশ গ্ৰহণৰ বাবে কোহলীৰ নেতৃত্বত ভাৰতীয় দল মুম্বাইৰ পৰা ৰাওনা হৈ লণ্ডনত উপস্থিত হয়।

উল্লেখ্য যে ভাৰতীয় দলটোৱে প্ৰতিযোগিতাৰ পূৰ্বে দুখন ৱাৰ্ম-আপ মেচ খেলিব। প্ৰথমখন মেচ 25 জুনত অৱেলত নিউজিলেণ্ডৰ বিৰুদ্ধে আৰু দ্বিতিয়খন 28 জুনত কাৰ্ডিফ ৱেল্ছত বাংলাদেশৰ বিৰুদ্ধে খেলিব। ভাৰতীয় সময় অনুসৰি বিয়লি 3 বজাৰ পৰা আৰম্ভ হবলগীয়া মেচসমূহ ষ্টাৰ স্প’ৰ্টছ চেনেলসমূহত ক্ৰিকেটপ্ৰেমীয়ে চাব পাৰিব