শেহতীয়া খবৰ
Home / ৰাজনীতি / কেৰালাৰ ৱাইনাড় সমষ্টিৰ পৰা ৪৫৪২৯৭টা ভোটৰ ব্যৱধানত ৰাহুল গান্ধীৰ জয়

কেৰালাৰ ৱাইনাড় সমষ্টিৰ পৰা ৪৫৪২৯৭টা ভোটৰ ব্যৱধানত ৰাহুল গান্ধীৰ জয়

ডিজিটেল সংবাদঃ কংগ্ৰেছ দলে আশা কৰা মতেই কেৰালাৰ ৱাইনাড় লোকসভা সমষ্টিৰ পৰা জয়লাভ কৰে কংগ্ৰেছ দলৰ সভাপতি ৰাহুল গান্ধীয়ে৷ আমেথি সমষ্টিৰ লগতে পোনপ্ৰথমবাৰৰ বাবে দক্ষিণ ভাৰতৰ এই সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈছিল ৰাহুল গান্ধী৷ যোৱা ২৩ এপ্ৰিল তাৰিখে নিৰ্বাচন অনুষ্ঠিত হৈছিল উক্ত সমষ্টিটোত আৰু সেই সমষ্টিটোৰ পৰা  নিকটম প্ৰতিদ্বন্দ্বী বিডিজেএছ দলৰ প্ৰাৰ্থী তুষাৰ ভল্লাপল্লীক ৪৫৪২৯৭ ভোটৰ ব্যৱধানত  পৰাস্ত কৰি জয় লাভ কৰিলে ৰাহুল গান্ধীেয়