শেহতীয়া খবৰ
Home / ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় / আনুষ্ঠানিক ফলাফলৰ পূৰ্বেই ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ অভিনন্দন মোডীলৈ

আনুষ্ঠানিক ফলাফলৰ পূৰ্বেই ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ অভিনন্দন মোডীলৈ

ডিজিটেল সংবাদ, গুৱাহাটীঃ লোকসভা নিৰ্বাচন, ২০১৯ৰ আনুষ্ঠানিক ফলাফল ঘোষণাৰ পূৰ্বেই ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক টুইটাৰ যোগে অভিনন্দন জনাইছে ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়ে৷ ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নিতান্যাহুৱে টুইটযোগে অভিনন্দন জনাই  কয় যে, ‘নৰেন্দ্ৰ মোডীৰ জয়ে ইজৰাইল আৰু ভাৰতৰ মাজৰ বন্ধুত্বক অধিক শক্তিশালী ৰূপ দিব।’