শেহতীয়া খবৰ
Home / আঞ্চলিক / কংগ্ৰেছ দলৰ দুই প্ৰাৰ্থীৰ অগ্ৰগতি

কংগ্ৰেছ দলৰ দুই প্ৰাৰ্থীৰ অগ্ৰগতি

ভোট গণনাৰ প্ৰথম পৰ্যায়ৰ পৰাই এক বৃহৎ অংকৰ ভোটাৰ ব্যৱধানত পিছ পৰি থকা বৰপেটা লোকসভা সমষ্টিৰ কংগ্ৰেছী প্ৰাৰ্থী আব্দুল খালেক আৰু নগাঁও লোকসভা সমষ্টিৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে শেহতীয়াভাৱে আচৰিত ধৰেণ আগ্ৰগিত লাভ কৰা দেখিবলৈ  পোৱা গৈছে৷ বৰপেটা সমষ্টিৰ আব্দুল খালেকে অগপ-মিত্ৰজোঁটৰ প্ৰাৰ্থী কুমাৰ দীপক দাসতকৈ ৬৯৭০৬ ভোটত অগ্ৰগিত লাভ কৰি থকাৰ সময়তে নগাঁও  লোকসভা সমষ্টিৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে  নিকটতম প্ৰতিদ্বন্দ্বি ৰূপক শৰ্মাতকৈ ৫০৭৮৭ ভোটত অগ্ৰগতি লাভ কৰি আছে৷