শেহতীয়া খবৰ

শেহতীয়া খবৰ

নিজৰ কথাৰ মূল্য ৰাখি অনিল ৰাজাই ক্ষমা খোজকঃ ৰকিবুল হুছেইনৰ প্ৰতিক্ৰিয়া

ডিজিটেল ডেস্কঃ প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছৰ জ্যেষ্ঠ বিধায়ক ৰকিবুল হুছেইনৰ বিৰুদ্ধে আজি অনিল ৰাজাই যি বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে তাক সম্পূৰ্ণৰূপে নশ্যাৎ কৰিছে প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে। অনিল ৰাজাৰ মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কংগ্ৰেছৰ জ্যেষ্ঠ বিধায়ক ৰকিবুল হুছেইনে কয় যে অনিল ৰাজাৰ কথাৰ কোনো মূল্য নাই। পূৰ্বতে তেওঁৰ বিৰুদ্ধে স্নাতকৰ …

অধিক »

ৰকিবুল জেললৈ যোৱাটো এশ শতাংশ নিশ্চিতঃ অনিল ৰাজা

ডিজিটেল ডেস্কঃ প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী তথা বিধেয়ক ৰকিবুল হুছেইনৰ বিৰুদ্ধে আজি পুনৰ সৰৱ হৈ পৰে অনিল ৰাজা। ৰকিবুল হুছেইনৰ আয়তকৈ অধিক সম্পত্তি থকাৰ অভিযোগ পুনৰ উত্থাপন কৰি ৰকিবুল হুছেইন কাৰাগাৰলৈ যোৱাটো এশ শতাংশ নিশ্চিত বুলি মন্তব্য কৰে অনিল ৰাজাই। আয়তকৈ অধিক সম্পত্তি গঢ়া ৰকিবুল হুছেইন জেললৈ যাবই লাগিব বুলি মন্তব্য …

অধিক »

একোখন শিক্ষানুষ্ঠানে একোটা অঞ্চলক বিশ্বৰ বুকুত উজলাই তুলিব পাৰেঃ মুখ্যমন্ত্রী

ডিজিটেল ডেস্কঃ আজি অসমৰ জাতীয় জীৱনৰ ভেটি নির্মাতা জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ ৫৭০ তম আবিৰ্ভাৱ মহোৎসৱৰ এই পৱিত্ৰ ক্ষণত আধাৰশিলা স্থাপন কৰা বিহালী অভিযান্ত্রিক মহাবিদ্যালয়ে কেৱল মাত্র অসম তথা দেশ খনতে নহয়, সমগ্র বিশ্বতে কাৰিকৰী শিক্ষাৰ দিশত উজলি উঠিব। একোখন শিক্ষানুষ্ঠানৰ সুনামে একোখন ঠাইৰ নাম বিশ্বৰ বুকুত জিলিকাই তোলে। অক্সফ’র্ড আৰু …

অধিক »