শেহতীয়া খবৰ

শেহতীয়া খবৰ

ফেৰী চলাচলৰ ক্ষেত্ৰত জিলা পর্যায়ৰ নিৰীক্ষণ সমিতি গঠন

ডিজিটেল ডেস্কঃ ৰাজ্য চৰকাৰে ৰাজ্যখনৰ নদীসমূহত নিৰাপদ ফেৰী চলাচলৰ বাবে একোখন ‘জিলা পর্যায়ৰ নিৰীক্ষণ সমিতি তথা টাস্ক ফ’র্চ’ গঠন কৰিছে। জিলাসমূহৰ অধীনৰ প্ৰতিটো ফেৰী সেৱাৰ বাবে গঠন কৰা নিৰীক্ষণ সমিতিখনত সংশ্লিষ্ট জিলাৰ জিলা দণ্ডাধীশৰ দ্বাৰা মনােনীত এগৰাকী দণ্ডাধীশ মূৰব্বী হিচাপে থকাৰ লগতে স্থানীয় আৰক্ষী থানাৰ এগৰাকী বিষয়া, আন্তঃ নদী পৰিবহন …

অধিক »

ৰঙাফিটাৰ মেৰপাকত বন্দী ডেৰ লক্ষাধিকৰ ভাগ্যঃ এক বিশেষ প্ৰতিবেদন

ৱাহিদুৰ ৰহমান বৰাৰ বিশেষ প্ৰতিবেদনঃ তাৰিখৰ পিছত তাৰিখ, তাৰিখৰ পিছত তাৰিখ… এদিন, দুদিন, এমাহ, দুমাহ নহয় বছৰ বছৰ ধৰি ন্যায় বিচাৰি লাখ লাখ ভুক্তভোগী পৰিয়ালে ন্যায়ালয়ত দুৱাৰে দুৱাৰে টোকৰ মাৰি ফুৰিছে। পুৱা শোৱাপাটীৰ পৰা উঠিয়েই আজি ন্যায় পাব, কালি ন্যায় পাব বুলি সেই অটুট সপোন বুকুত বান্ধি সংগ্ৰাম চলাই সৰ্বস্বান্ত …

অধিক »

ডিটেনশ্বন কেম্প পৃথিৱীৰ নৰকখানা

বিদেশী চিনাক্ত কৰিবলৈ গৈ অসংখ্য ভাৰতীয় লোকক বিদেশী সজাই ডিটেনশ্বন কেম্পত বন্দী কৰি ৰখাৰ অভিযোগ আজি নতুন নহয়। ভাৰতীয় লোককে যধে-মধে সামান্য নাম-উপাধিৰ ভুলতে বিদেশী বুলি ঘোষণা কৰি কৰাগাৰলৈ নিক্ষেপ কৰা হৈছে। বিদেশীৰ নামত আজি অসংখ্য ভাৰতীয় লোকে কাৰাগাৰত জীৱ-জন্তুৰ দৰে বন্দী জীৱন কটাবলগীয়া হৈছে। একাংশ বিদেশী ন্যায়াধিকৰণ আদালতে যধে-মধে …

অধিক »