শেহতীয়া খবৰ

শেহতীয়া খবৰ

ভোটাৰৰ মাজত সজাগতাৰ বাবে গুৱাহাটীত “ভোটৰ বাবে দৌৰ”

    সভাত উপস্থিত থকা ৰাজ্য চৰকাৰৰ নিৰ্বাচন বিভাগৰ উপ-সচিব পংকজ চক্ৰৱৰ্তীয়ে নিৰ্বাচন আয়োগে গ্ৰহণ কৰা বিভিন্ন সজাগতা অভিযানৰ এক আভাস দাঙি ধৰে। অহা ১১ মাৰ্চত গুৱাহাটী মহানগৰীত অনুষ্ঠিত হ’বলগীয়া “ভোটৰ বাবে দৌৰ” কাৰ্যসূচীৰ উপৰিও নিৰ্বাচন আয়োগে বিভিন্ন মাধ্যমৰ জৰিয়তে ভোটদান সম্পৰ্কত জনাসাধাৰণৰ মাজত অধিক সজাগতা অনাৰ ব্যৱস্থা লৈছে বুলি …

অধিক »

বৰপেটাৰোডত পথ দুৰ্ঘটনাঃনিহত দুই

ডিজিটেল সংবাদ, বৰপেটাৰোডঃ বৰপেটাৰোডৰ নিকটৱৰ্তী বাক্সা জিলাৰ অন্তৰ্গত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দহ মাইলত যোৱা নিশা ১১ মান বজাত সংঘটিত এক ভয়াবহ পথ দুৰ্ঘটনা ৷ দুখন তীব্ৰ বেগী ট্ৰাকৰ মুখামুখি সংঘৰ্ষৰ ফলতেই হয় এই দুৰ্ঘটনা ৷  প্ৰাপ্ত খবৰ অনুসৰি RJ 14 GD 0088 নম্বৰৰ  ট্ৰাক খন দিল্লীৰ পৰা গুৱাহাটীলৈ গৈ আছিল …

অধিক »

কলাইগাঁৱত জহি-খহি গৈছে ৰাজীৱ গান্ধী গ্ৰাম্য ক্ৰীড়া প্ৰকল্পঃ নিৰ্বিকাৰ জনপ্ৰতিনিধি-বিভাগীয় কৰ্তৃপক্ষ

ডিজিটেল সংবাদ, কলাইগাঁওঃ সম্প্ৰতি ৰাজ্য চৰকাৰে ক্ৰীড়াৰ পৰিৱেশ ত্বৰান্বিত কৰিবলৈ ভিন্ন প্ৰান্তত আন্তঃগাথঁনি উন্নয়ন কৰি অহাৰ সময়তে ওদালগুৰি জিলাৰ কলাইগাঁৱত পয়ালগা ক্ৰীড়াৰ পৰিবেশে ক্ৰীড়ানুৰাগী লোকক উদ্বিগ্ন কৰি তুলিছে। তাৎপৰ্যপূৰ্ণ ভাৱে কলাইগাঁৱত ক্ৰীড়া প্ৰকল্প নিৰ্মাণ কৰাটো দূৰৰ কথা পূৰ্বে নিৰ্মিত ক্ৰীড়া প্ৰকল্পটো মেৰামতিৰ বাবেও উন্নয়নৰ আচঁনিয়ে ঢুকি পোৱা নাই। উল্লেখ্য যে কলাইগাঁৱৰ …

অধিক »