শেহতীয়া খবৰ

শেহতীয়া খবৰ

ডিমৌত দিহিং নৈৰ বাকৰিত ‘নদী আৰু নাৰী ২’  কবি সন্মিলন

জগন্নাথ গগৈ, ডিমৌঃ নাৰী নদীৰ দৰে মোহনীয়, শস্যৰ দৰে বৰণীয়, সৃষ্টিৰ আদিম প্ৰতীক বুলি হাৰোগত কৰি ডিমৌ নিতাই পানিদিহিং ৰাইজৰ সহযোগত দিহিং নৈৰ বাকৰিত আজি অনুষ্ঠিত হয় নাৰী আৰু নদী ২ কবি সন্মিলন। পুৱা সন্মিলনৰ পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভানেত্ৰী লিলি হাজৰিকাই। ইয়াৰ পাছতে নদী আৰু নাৰী ২  কাব্য অনুষ্ঠান …

অধিক »

শংকৰ সংঘৰ অধিৱেশনলৈ নাহে প্ৰধান মন্ত্ৰীঃ হিমন্ত বিশ্ব শৰ্মা

ডিজিটেল সংবাদ, গুৱাহাটীঃ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মৰিগাঁও অধিৱেশনলৈ দেশৰ প্ৰধান মন্ত্ৰী অহা-নহাক লৈ চৰ্চা হৈ থকাৰ মাজতে আজি স্পষ্ট  হ’ল সকলো কথা। স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শংকৰ সংঘৰ মৰিগাঁও অধিৱেশনত অংশগ্ৰহণ নকৰে বুলি জানিবলৈ দিয়ে। সৰুসজাইত এন এইচ এমৰ এক অনুষ্ঠানত ডঃ শৰ্মাই প্ৰধান মন্ত্ৰী …

অধিক »

সৰুপথাৰত নাগৰিক সংশোধনী বিধেয়ক বাতিলৰ দাবীত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ জোঁৰ সমদল

দেৱাশীষ শৰ্মা, সৰুপথাৰঃ সমগ্ৰ অসমতে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত প্ৰতিবাদ অব্যাহত থকাৰ সময়তে আজি সন্ধিয়া ধনশিৰি মহকুমাৰ সৰুপথাৰ নগৰতো ধনশিৰি মহকুমা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে জোঁৰ সমদলেৰে প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদী জোঁৰ সমদলকাৰীয়ে চৰকাৰ বিৰোধী শ্লগানেৰে উত্তাল কৰি বিধেয়ক বাতিলৰ দাবী তোলে। অন্যথা প্ৰৱল প্ৰতিবাদী সংগ্ৰাম গঢ়ি তুলিবলৈ আহ্বান …

অধিক »