শেহতীয়া খবৰ

শেহতীয়া খবৰ

লামডিং-পাথৰখোলা ৰেল ষ্টেচনৰ মাজত অচিনাক্ত মৃতদেহ উদ্ধাৰ

মাহমুদ আলী, নীলবাগানঃ আজি লামডিং আৰু পাথৰখোলা ৰেলৱে ষ্টেচনৰ মাজত ৰেল আৰক্ষীয়ে এজন অচিনাক্ত লোকৰ মৃতদেহ উদ্ধাৰ কৰাক লৈ লামডিঙত চাঞ্চল্যৰ সৃষ্টি হৈছে। ব্যক্তিজনৰ পৰিচয় এতিয়ালৈকে ৰেল আৰক্ষীয়ে উদ্ধাৰ কৰিব পৰা নাই যদিও  ব্যক্তিজনৰ পকেটৰ পৰা আৰক্ষীয়ে সৰুপথাৰ পৰা লামডিঙলৈ বুলি যাত্ৰা কৰা ১৭ মাৰ্চৰ এখন ৰেল টিকট উদ্ধাৰ কৰিছে। চলন্ত …

অধিক »

বৰ্তমান পৰিৱেশ আৰু আমাৰ ভৱিষ্যৎ

✍️  ভুৱনেশ্বৰ লহকৰ    পুৱতি নিশা ফেঁচাৰ কুৰুলিয়ে আমাৰ টোপনি ভাঙে বিছনা এৰি নিজৰ নিজৰ দায়িত্ববোধ সোঁৱৰাই দিয়ে। বৰ্তমান এইবিধ নিয়মানুৱৰ্তিতা শিকোৱা চৰাইয়ে সন্ধিয়া, মাজৰাতি, দোভাগৰাতি কুৰু¿¸ল দিয়ে। কুলি চৰাইৰ মাত শুনাৰ লগে লগে বসন্তৰ আগমন ঘটে। বিশেষকৈ কৃষক ৰাইজে সোণ গুটি সিঁচাৰ বাবে লাগি যায়। অথচ আমৰ মৰমৰ আদৰৰ কুলিৰ …

অধিক »

জিদানৰ প্ৰত্যাৱৰ্তনৰ পাছত ৰিয়েল মাদ্ৰিদৰ প্ৰথম জয়

মাদ্ৰিদ, ১৭ মাৰ্চ ঃ জনপ্ৰিয় ফুটবলাৰ জিনেদাইন জিদান স্পেইনৰ ফুটবল ক্লাব ৰিয়েল মাদ্ৰিদলৈ প্ৰশিক্ষক হিচাপে প্ৰত্যাৱৰ্তন কৰাৰ লগে লগে দলটোৱে জয়লাভ কৰিবলৈ সক্ষম হৈছে। ৰিয়েল মাদ্ৰিদে শনিবাৰে চেলটা ভিগোক ২-০ত পৰাস্ত কৰে। এই জয়ৰ লগে লগে দলটোৱে ঘৰুৱা খেলপথাৰত একেৰাহে চাৰিখন মেচত পৰাস্ত হোৱাৰ বিষণ্ণতা দূৰ হ’ল। ৰিয়েল মাদ্ৰিদৰ হৈ …

অধিক »