শেহতীয়া খবৰ

শেহতীয়া খবৰ

বঙাইগাঁও জিলা পথ সুৰক্ষা সমিতিৰ সভা 

ধাবাসমূহত চলি থকা অবৈধ সুৰাপান বন্ধ কৰিবলৈ আবকাৰী বিভাগক জিলা উপায়ুক্তৰ নিৰ্দেশ প্ৰণৱ কুমাৰ ডেকা, বঙাইগাঁওঃ বঙাইগাঁও জিলা পথ সুৰক্ষা সমিতিৰ এখন সভা আজি (মঙলবাৰে)  জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয়৷ জিলা উপায়ুক্ত আদিল খানৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত জিলা পৰিবহণ বিষয়া ভাস্কৰজ্যোতি দত্তই উচ্চতম ন্যায়ালয়ৰ বিধিসমূহ দাঙি ধৰে আৰু …

অধিক »

কাইলৈ ঘোষণা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল

ডিজিটেল সংবাদ, গুৱাহাটীঃ বহু প্ৰতিক্ষাৰ অন্তত অসম মাধ্যমিক শিক্ষা পৰিষদ ‘ছেবা’ ই ঘোষণা কৰিব উচ্চ মাধ্যমিক শেষান্ত পৰীক্ষাৰ ফলাফল৷ ১৫ মে’ত ফলাফল ঘোষণা কৰা হ’ব বুলি জানিবলৈ দিয়ে ছেবাই৷ পুৱা ৯ বজাত ৱেবচাইটযোগে উপলব্ধ হ’ব এই ফলাফল৷ কেইবাটাও ৱেবচাইটযোগে পৰীক্ষাৰ্থীয়ে ফলাফল লাভ কৰাৰ উপৰিও গুগল প্লেষ্ট’ৰৰ পৰা ‘ছেবা এপ ২০১৯’ৰ যোগেদিও …

অধিক »

নগাঁৱৰ পুৰণিগুদামত ভয়ংকৰ পথ দূৰ্ঘটনাঃ আহত দুই যুৱক-যুৱতী

নীলৰঞ্জন শৰ্মা, পুৰণিগুদামঃ নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত পুৰণিগুদাম আৰক্ষী চকীৰ এলেকাধীন কাষৰিগাঁৱত আজি বিয়লি এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। লংকাৰ পৰা শিৱসাগৰ অভিমুখী এ এছ-০২বি চি-৯০৯২ নম্বৰৰ এখন  মিঠৈ  ভৰ্তি  দ্ৰুতবেগী বলেৰ’ পিক আপ বাহনে নিয়ন্ত্ৰণ হেৰুৱাই দুজনকৈ পথচাৰীক মহতিয়াই নিয়াৰ ফলতেই পথ দূৰ্ঘটনাটো সংঘটিত হয়৷ আনহাতে দুৰ্ঘটনাটোৰ ফলত গুৰুতৰভাবে …

অধিক »