শেহতীয়া খবৰ

শেহতীয়া খবৰ

২২তম পাক প্ৰধানমন্ত্ৰী হিচাপে শপত ল’লে ইমৰাণ খানে

গণ অধিকাৰ, ডিজিটেল ডেস্কঃ পাকিস্থানত আৰম্ভ হ’ল ইমৰাণ যুগৰ৷ দেশৰ ২২ তম প্ৰধানমন্ত্ৰী হিচাপে শনিবাৰে পাক ৰাষ্ট্ৰপতিৰ চৰকাৰী বাসভৱনত শপত গ্ৰহণ কৰিলে পাকিস্থানৰ  বিশ্বকাপ বিজয়ী অধিনায়ক ইমৰাণ খানে৷ তেওঁক শপত বাক্য পাঠ কৰায় পাকিস্থানৰ ৰাষ্ট্ৰপতি মামনুন হুছেইনে৷ ইমৰাণ খানৰ এই শপত গ্ৰহণ অনুষ্ঠানত বিভিন্ন দেশৰ নেতা-মন্ত্ৰীসকলৰ লগতে উপস্থিত থাকে ভাৰতবৰ্ষৰ …

অধিক »

আজি জাকাৰ্টা-পালেমবাৰ্গত এছিয়ান গেমছৰ শুভাৰম্ভণি

গণ অধিকাৰ, ডিজিটেল ডেস্কঃ কাইলৈৰ পৰা আনুষ্ঠানিকভাৱে ইণ্ডোনেছিয়াৰ জাকাৰ্টা আৰু পালমেবাৰ্গ চহৰত আৰম্ভ হ’ব ১৮ সংখ্যক এছিয়ান ক্ৰীড়া। ৩৬ টা বিভিন্ন ক্ৰীড়া শাখাত অৱতীৰ্ণ হ’ব এছিয়া দেশৰ এথলিটসকল। প্ৰথম দিনটোত একৱাটিকছ সাতোৰৰ দুশ মিটাৰ শাখাত নামিব ছাজন প্ৰকাশ। আনহাতে এশ মিটাৰ বেক ষ্টোক আৰু দুশ মিটাৰ ফ্ৰি ষ্টাইল শাখাত শ্ৰীহাৰী …

অধিক »

নতুন বৈশিষ্ট্যৰে পৰিপূৰ্ণ ৰেনল্ড কুইড মুকলি

ডিজিটেল ডেস্ক, গুৱাহাটীঃ গুৱাহাটী মেেট্ৰাপলিটান লালমাটিস্থিত ৰেনল্ড শ্ব’ৰূমত নতুন বশিষ্ট্যৰে পৰিপূৰ্ণ ৰেনল্ড কুইড আজি মুকলি কৰা হয়। হেচেবকৰ নতুন মডেল মেনুৱেল আৰু স্বয়ংক্ৰিয় ট্ৰান্সমিছন বিকল্প দুয়োটাই উপলব্ধ। নতুন কুইডে আগবঢাইছে বহুতো সুবিধা। ইয়াৰ ব্যৱহাৰকাৰীৰ উপযোগ্য মিডিয়া এন এ ভিৰ প্ৰথম শ্ৰেণীৰ টাচস্ক্ৰীন ডিছপ্লে আৰু প্ৰথম শ্ৰেণীৰ নতুন ৰিভাৰ্ছ পাকিং কেমেৰাৰ …

অধিক »