শেহতীয়া খবৰ

শেহতীয়া খবৰ

হ্ৰাস পালে পেট্ৰ’ল-ডিজেলৰ মূল্য

ডিজিটেল ডেস্কঃ শনিবাৰে পুনৰ হ্ৰাস পালে পেট্ৰ’ল-ডিজেলৰ মূল্য। দিল্লীত শনিবাৰে প্ৰতিলিটাৰ পেট্ৰ’লত হ্ৰাস পালে ০.৩৯ টকা। ইফালে ডিজেলৰ প্ৰতিলিটাৰত হ্ৰাস পালে ০.১২ টকা। বৰ্তমান দিল্লীত পেট্ৰ’লৰ প্ৰতিলিটাৰত ৮১.৯৯ আৰু ডিজেলৰ প্ৰতিলিটাৰত ৭৫.৩৬ টকা হয়গৈ। আনহাতে, মুম্বাইতো হ্ৰাস পালে পেট্ৰ’ল-ডিজেলৰ মূল্য। প্ৰতিলিটাৰ পেট্ৰ’লত ০.৩৮ টকা আৰু ডিজেলত ০.১৩ টকা হ্ৰাস পায়। বৰ্তমান মুম্বাইত প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্য ৮৭.৪৬ …

অধিক »

বৰ্ষাপাৰাৰ প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলৰ বাবে ভাৰতীয় দলৰ খেলুৱৈৰ তালিকা ঘোষণা

ডিজিটেল সংবাদ, গুৱাহাটীঃ ২১ অক্টোবৰত ভাৰত আৰু ৱেষ্টইণ্ডিজৰ মাজত গুৱাহাটী মহানগৰীৰ বৰ্ষাপাৰাত অনুষ্ঠিত হ’ব প্ৰথমখন এদিনীয়া খেল৷ বিজয়ৰ লক্ষ্যৰে ইতিমধ্যে অনুশীলনত নামিছে দুয়োটা দলৰ খেলুৱৈসকল৷ আৰু মাত্ৰ কেইটামান ঘন্টা পিছতে দেওবাৰে দুপৰীয়া ডেৰ বজাত অনুষ্ঠিত হ’ব বহু প্ৰত্যাশিত খেলখন৷ বি চি চি আইয়ে ইতিমধ্যে ৰাজহুৱা কৰিছে ভাৰতীয় দলটোৰ খেলুৱৈসকলৰ নাম৷ ইতিমধ্যে …

অধিক »

তিব্বতৰ বান্ধ-হ্ৰদত ফাটঃ সৰ্বাধিক সতৰ্কতা জাৰি ধেমাজি জিলা প্ৰশাসনৰ

ডিজিটেল ডেস্কঃ তিব্বতত সংঘটিত ভূমিস্খলনৰ ফলত য়াৰ্লু চাংপোৰ গতিপথ ৰূদ্ধ কৰা বান্ধ হ্ৰদত শেহতীয়াকৈ হোৱা ফাটৰ ফলস্বৰূপে আকস্মিক বানত নামনি এলেকা প্লাৱিত হোৱাৰ সম্ভাৱনাই দেখা দিছে। অৰুণাচলৰ লগতে অসমৰ ৪খন জিলাত বানপানীৰ আগলি বতৰা প্ৰকাশ কৰা হৈছে। এই ক্ষেত্ৰত ৰাজ্যখনৰ ধেমাজি জিলাত সৰ্বাধিক সতৰ্কতা জাৰি কৰা হৈছে। ধেমাজিৰ উপায়ুক্ত ৰোশনি অপৰাঞ্জি কোৰাটিয়ে …

অধিক »