শেহতীয়া খবৰ

শেহতীয়া খবৰ

মহানগৰীত মেলেৰীয়া, ডেংগু ৰােগ প্ৰতিৰােধৰ বাবে স্বাস্থ্য বিভাগৰ ধােৱা দিয়াৰ ব্যৱস্থা

গণ অধিকাৰ, ডিজিটেল ডেস্কঃ গুৱাহাটী মহানগৰীৰ বিভিন্ন অঞ্চলত মেলেৰীয়া ডেংগু আদি ৰােগ প্ৰতিৰােধৰ বাবে জিলা স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ যুটীয়া সঞ্চালকৰ কাৰ্যালয়ৰ তৰফৰ পৰা গুৱাহাটী পৌৰনিগমৰ সহযােগত মহানগৰীৰ বিভিন্ন অঞ্চলত ধােৱা দিয়া (Fogging) ৰ কাম আৰম্ভ হৈছে। যােৱা ১ আগষ্টৰ পৰা আৰম্ভ কৰা এই ধােৱা প্রদান কার্যসূচী অনুসৰি অহা …

অধিক »

যুৱ প্ৰজন্মৰ বুদ্ধিমত্তা আৰু জ্ঞানৰ প্ৰসাৰত ‘মাই গভ ইণ্ডিয়া’ পর্টেলে

‘মাই গভ’ৰ মত-বিনিময় অনুষ্ঠানত অংশ গ্রহণ কৰিলে মুখ্যমন্ত্ৰীয়ে দিছপুৰ, গণ অধিকাৰ, ডিজিটেল ডেস্কঃ ‘যুৱ প্ৰজন্মৰ বুদ্ধিমত্তা আৰু জ্ঞানৰ প্ৰসাৰত ‘মাই গভ ইণ্ডিয়া’ প’ৰ্টেলে গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিছে। আগন্তুক দিনত সুনির্দিষ্ট পৰিকল্পনাৰে এই ৱেব প’ৰ্টেলৰ জৰিয়তে জনগণ আৰু অধিক উপকৃত হ’ব পাৰিব। প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীয়ে ৰাষ্ট্রৰ জনগণৰ সংবাগীণ বিকাশৰ বাবে দৃঢ়তাৰে …

অধিক »

মহানগৰত ৰোলাৰ চলাই ধংস বৃহৎ পৰিমাণৰ অবৈধ সুৰাৰ বটল

গণ অধিকাৰ, পঙ্কজ নাথঃ আজি গুৱাহাটীৰ গড়চুকত বিনষ্ট কৰা হয় বৃহৎ পৰিমাণৰ অবৈধ সুৰাৰ বটল। আবকাৰী বিভাগৰ একাংশ বিষয়াই অসাধু ব্যৱসায়ীৰে গোপনে বুজা বুজি কৰি ৰাজ্যৰ বিভিন্ন স্থানত অবৈধ সুৰাৰ বেহা চলাই নিয়াত সহযোগিতা কৰাৰ জনসাধাৰণৰ দ্বাৰা অভিযোগ উত্থাপন হৈ আহিছে। তাৰ মাজতে বিভাগীয় মন্ত্ৰী পৰিমল শুক্লবৈদ্যই বিভাগটো নিৰ্মূল কৰণৰ …

অধিক »