শেহতীয়া খবৰ

শেহতীয়া খবৰ

কাইলৈ কেন্দ্ৰীয় চৰকাৰৰ কেবিনেট বৈঠক

বুধবাৰে অনুষ্ঠিত হ’ব কেন্দ্ৰীয় চৰকাৰৰ কেবিনেট বৈঠক। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত অনুষ্ঠিত হ’‍ব কেবিনেট বৈঠক। কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ক লৈ আলোচনা হ’ব কেবিনেট বৈঠকত। কেন্দ্ৰীয় কেবিনেট বৈঠকত অসমৰ কেইবাটাও বিষয়ত আলোচনা হোৱাৰ সম্ভৱনা আছে৷

অধিক »

সদৌ অসম ভেঞ্চাৰ প্ৰাথমিক বিদ্যালয় আৰু মধ্য ইংৰাজী বিদ্যালয় শিক্ষক সন্থাৰ মুখ্য কাৰ্যালয়ৰ দ্বাৰ মুকলিঃ শিক্ষামন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদানৰ সিদ্ধান্ত

ছাহেদ আলী আহমেদ, কয়াকুছিঃ ৰাজ্যখনৰ ভেঞ্চাৰ  প্ৰাথমিক বিদ্যালয় মধ্য ইংৰাজী বিদ্যালয় আৰু প্ৰিছিনিয়ৰ মাদ্ৰাছা সমূহৰ বিভিন্ন সমস্যা সমাধানৰ বাবে গঠিত সদৌ অসম ভেঞ্চাৰ প্ৰাথমিক বিদ্যালয় আৰু মধ্য ইংৰাজী বিদ্যালয় শিক্ষক সন্থাৰ পঞ্জীয়নভুক্ত মুখ্য কাৰ্যালয়টো বৰপেটা জিলাৰ সৰুক্ষেত্ৰী সমষ্টিৰ প্ৰানকেন্দ্ৰ বিশ্ববিখ্যাত ঢাৰিনগৰী বিদ্যানগৰী তথা ক্ষুদ্ৰ উদ্যোগৰ কেন্দ্ৰ কয়াকুছিৰ বিবি ৰোডৰ আমিৰ কমপ্লেক্সৰ …

অধিক »

পাটবাউসী শংকৰদেৱ থানত অত্যাধুনিক সংগ্রহালয় নির্মাণৰ বাবে ৰাজ্য চৰকাৰে প্ৰদান কৰিব ৫০ লাখ টকা

পাটবাউসী সত্ৰ পৰিদৰ্শন কৰিলে মুখ্যমন্ত্ৰীয়ে গুৰুজনাৰ সাঁচিপতীয়া পুথিকে ধৰি অন্যান্য সম্পদসমূহৰ বিজ্ঞানসন্মত সংৰক্ষণৰ বাবে শংকৰদেৱ থানত অত্যাধুনিক সংগ্রহালয় নির্মাণৰ বাবে ৰাজ্য চৰকাৰে প্ৰদান কৰিব ৫০ লাখ টকাঃ মুখ্যমন্ত্রী ডিজিটেল ডেস্ক, দিছপুৰঃ ‘মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ১৮ বছৰ ৬ মাহ কাল এই মহাস্থানত থাকিয়েই কীর্তন, দশম, বৰগীত, ভাওনা, ভটিমা, অংকীয়া নাট আদি ভাষাৰ …

অধিক »