শেহতীয়া খবৰ

শেহতীয়া খবৰ

১৭ জানুৱাৰিৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ’ব জোনবিল মেলা

ডিজিটেল সংবাদঃ অহা ১৭ জানুৱাৰিৰৰ পৰা ১৯ জানুৱাৰিলৈকে তিনিদিনীয়া কাৰ্যসূচীৰে জাগীৰোডৰ ঐতিহাসিক জোনবিলৰ পাৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব গোভা দেওৰজাৰ পৰম্পৰাগত জোনবিল মেলা। পৰম্পৰা অনুসৰি মাঘ বিহুৰ প্ৰথমটো বৃহস্পতিবাৰৰ পৰা অনুষ্ঠিত হৈ আহিছে এই ঐতিহাসিক মেলা। মেলাৰ প্ৰথম দিনা পতাকা উত্তোলন কৰিব গোভাৰ দীপসিং দেওৰজাই আৰু বন্তি প্ৰজ্বলন কৰিব মেলা সমিতিৰ …

অধিক »

অৰুণাচলৰ চাংলাং জিলাত ভাৰতীয় সেনা আৰু নগা উগ্ৰপন্থীৰ মাজত তুমুল সংঘৰ্ষঃ অস্ত্ৰ শস্ত্ৰসহ আটক পাঁচ

শৰৎ গগৈ, লেখাপানীঃ অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ দেওমালি মহকুমাৰ অন্তৰ্গত থালাত আৰু চহা গাঁৱত ভাৰতীয় সেনা আৰু নগা উগ্ৰন্থী এন এছ চি এনৰ মাজত প্ৰচণ্ড গুলিয়াগুলি সূত্ৰপাত হয়। ভাৰতীয় সেনাই কালি বিশেষ সূত্ৰৰ পম খেদি অৰুণাচল প্ৰদেশৰ দেওমালিৰ থালাত আৰু চহা গাঁৱৰ সমীপৰ ঘন অৰণ্যত নগা উগ্ৰপন্থীৰ বিৰুদ্ধে তীব্ৰ অভিযান …

অধিক »

ধ্বংসৰ দিশে দীপৰ বিল; বনভোজৰ নামত প্ৰদূষিত বিলৰ পানী

ডিজিটেল সংবাদঃ  যোৱা কিছুদিন ধৰি দীপৰ বিলৰ দাঁতিত ব্যাপকভাৱে বনভোজ আয়োজনক কেন্দ্ৰ কৰি বিলখনৰ পানী দূষিত হৈ পৰাৰ লগতে বিলত পৰিভ্ৰমী চৰাইৰ আগমনত বাধাৰ সৃষ্টি হৈছে। পামহীৰ দিশত থকা বিলখনৰ পাৰত একাংশ লোকে বনভোজ আয়োজনৰ নামত ব্যৱসায় আৰম্ভ কৰাৰ অভিযোগ পোৱা গৈছে। একাংশ স্থানীয় প্ৰকৃতিপ্ৰেমী লোকে জনায় যে বিলখনৰ পাৰত …

অধিক »