শেহতীয়া খবৰ

শেহতীয়া খবৰ

সম্প্ৰতি আৰু সমন্বয়ৰ বাৰ্তা বিলাই আজি নিজম পৰিল ধিঙৰ চহৰীয়াত অনুষ্ঠিত হোৱা নগাঁও জিলা বড়ো সাহিত্য সভাৰ ৩০ সংখ্যাক বাৰ্ষিক অধিৱেশন

ধিঙত বড়ো সাহিত্য সভাৰ বাৰ্ষিক অধিবেশনত হাগ্ৰামা, এইবাৰ পদুম ফুলাব হাগ্ৰামাই, অধিবেশন স্থলীৰ পৰাই সকলোকে পদুম ফুলত ভোট দিবলৈ আহ্বান হাগ্ৰামাৰ ডিজিটেল সেৱা, ধিংঃ, শান্তি-সম্প্ৰতি আৰু সমন্বয়ৰ বাৰ্তা বিলাই আজি নিজম পৰিল বটদ্ৰৱা সমষ্টিৰ ধিঙৰ চহৰীয়াত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা নগাঁও জিলা বড়ো গণমঞ্চৰ ত্ৰি-বাৰ্ষিক সন্মিলন আৰু নগাঁও জিলা বড়ো সাহিত্য সভাৰ …

অধিক »

সংস্কৃতিৰ অন্তৰঙ্গ আলাপত বিশিষ্ট বিজ্ঞানী জনপ্ৰিয় বিজ্ঞান লেখক ড° মানৱজ্যোতি বৰদলৈ

শুভাশীষ শৰ্ম্মা,  যোৰহাটঃ “বিজ্ঞানী হম বুলি মই বিজ্ঞানৰ সৈতে জড়িত হোৱা নাছিলোঁ। প্ৰকৃতিক ভালদৰে জনাৰ ঈচ্ছাৰেহে এই জগতত প্ৰবেশ কৰিছিলোঁ।” যোৰহাটৰ অগ্ৰণী সামাজিক সাংস্কৃতিক অনুষ্ঠান ‘সংস্কৃতি’ ৰ অন্তৰংগ আলাপ অনুষ্ঠানত অক্টোবৰ মাহৰ অতিথি হিচাপে উপস্থিত থাকি বিশিষ্ট বিজ্ঞানী জনপ্ৰিয় বিজ্ঞান লেখক তথা যোৰহাটস্থিত উত্তৰ পূব বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ ৰাসায়ন বিজ্ঞান …

অধিক »

অসমীয়া জাতীয় সাজপাৰক বিশ্ব দৰবাৰলৈ নিয়াৰ অনবদ্য প্ৰয়াস যোৰহাটৰ ছাত্ৰী মৃনালীৰঃ ৰাষ্ট্ৰীয় পৰ্য্যায়ত সমাদৰ

শুভাশীষ শৰ্মা, যোৰহাটঃ অসমীয়া মহিলাৰ তাতৰ শালত সপোনে বাস্তৱ ৰূপ পাই। অসমৰ পাট মূগাৰ কাপোৰে দেশত এক সুকীয়া স্থান লাভ কৰি থকাৰ মাজতে অসমীয়া থলুৱা কৃষ্টি সংস্কৃতিৰ প্ৰতীক স্বৰূপ কাপোৰত তুলি ধৰি বিগত কেইবা বৰ্ষৰ পৰা জাতীয় সাজপাৰক আন এক মাত্ৰা প্ৰদান কৰি বিশ্ব দৰবাৰলৈ নিয়াৰ প্ৰয়াসত ব্যস্ত হৈ আছে …

অধিক »