শেহতীয়া খবৰ

শেহতীয়া খবৰ

স্নেপডীলত ‘ডিল্ছ অৱ ইণ্ডিয়া ছেল’

গণ আধিকাৰ, ডিজিটেল ডেস্কঃ -কমাৰ্চ কোম্পানী স্নেপডীলে স্বাধীনতা দিৱস উপলক্ষে আৰম্ভ কৰিছে ‘ডিলছ্ অৱ ইণ্ডিয়া ছেল’৷ কোম্পানীটোৰ এই ৰেহাই মূল্যৰ বিক্ৰী ১০ আগষ্টৰ পৰা ১৫ আগষ্টলৈ চলিব৷ কোম্পানীটোৱে ১ লাখ টকাৰ বেছি সামগ্ৰী ক্ৰয় কৰিলে সেই সামগ্ৰীসমূহৰ বিপৰীতে ৮০ শতাংশ পৰ্যন্ত ৰেহাই আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে৷ সেই সামগ্ৰীসমূহৰ ভিতৰত আছে …

অধিক »

এছিয়ান গেমছত উন্নত প্ৰদৰ্শনৰ লক্ষ্য সিন্বুূৰ

গণ অধিকাৰ, ডিজিটেল ডেস্কঃ ১৫ আগষ্টৰ পৰা ইণ্ডোনেছিয়াৰ জাকাৰ্টাত আৰম্ভ হ’বলগীয়া এছিয়ান গেমছত ভাৰতীয় শ্বাটলাৰ পি ভি সিন্বুূৱে অনুশীলনৰ ন্যূনতম সময়ৰ পিছতো উন্নত প্ৰদৰ্শনৰ লক্ষ্য স্থিৰ কৰিছে।  চলিত শৃংখলাত চাৰিখন ফাইনেলত পৰাজিত সিন্বুূ ইণ্ডোনেছিয়াত এছিয়ান গেমছৰ যোগেদি সোণৰ পদক জয়ৰ প্ৰচেষ্টা চলাব। উল্লেখ্য যে দেওবাৰে সমাপ্ত বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপত ৰূপৰ …

অধিক »

মাজুলীবাসীলৈ চাৰিখনকৈ জাহাজ উপহাৰ মুখ্যমন্ত্ৰীৰ

  পৰাণজ্যোতি বৰা, মাজুলীঃ  ঐতিহাসিক ক্ষণৰ সাক্ষী হ’ল মাজুলী কমলবাৰী পাৰঘাট। যোৱা চাৰিটা দশকজুৰি আওপুৰণি ফেৰি ব্যৱস্থাৰে বিপদসংকুল যাত্ৰা অব্যাহত ৰখা কমলাবাৰী-নিমাতী পাৰঘাটৰ বাবে অসম চৰকাৰৰ আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ উদ্যোগত প্ৰদান কৰা চাৰিখন অত্যাধুনিক জাহাজ। আজি ৰাইজৰ বাবে মুকলি কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। সেই উদ্দেশ্যে কমলাবাৰী পাৰঘাটত সাজু কৰি …

অধিক »