শেহতীয়া খবৰ

শেহতীয়া খবৰ

এছিয়ান গেমছৰ মল্লযুজত সোণৰ পদক লাভ বিনেশ ফোগাটৰ

ডিজিটেল ডেস্কঃ ইতিহাসৰ পাতত নিজৰ নাম সন্নিবিষ্ট কৰিলে ভাৰতীয় মহিলা মল্লযুজাৰু বিনেশ ফোগাটে৷ মল্লযুদ্ধৰ মহিলা ৫০ কেজি শাখাত সোণৰ পদক জিকিলে হাৰিয়ানাৰ তৰুণীগৰাকীয়ে৷ মূলত ৪৮ কেজি শাখাত অৱতীৰ্ণ হৈছিল বিনেশে৷ কিন্তু পৰৱৰ্তী সময়ত সকলোকে আচৰিত কৰি ৫০ কেজি শাখাত সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয় আৰু ইয়াৰ লগে লগে বিনেশ …

অধিক »

আপছুৰ ‘অপাৰেশ্যন ক্লীন ড্ৰাইভ’ সাম‌য়‌িকভাৱে স্থগিত

অভিযানটোক আইন বিৰোধী ঘোষণা চৰকাৰৰ ডিজিটেল ডেস্কঃ অৰুণাচলত বসবাস কৰা অবৈধ তথা সন্দেহজনক নাগৰিকক বহিষ্কাৰ কৰাৰ উদ্দেশ্যে যোৱা ১৭ আগষ্টত সদৌ অৰুণাচল প্ৰদেশ ছাত্ৰ সন্থাই (আপছু) আৰম্ভ কৰা ‘অপাৰেচন ক্লীন ড্ৰাইভ’ অভিযান সংগঠনটোৱে আজিৰ পৰা সাময়িকভাৱে বন্ধ ৰাখিছে। অৱশ্যে প্ৰশাসনৰ পৰা ইতিবাচক সঁহাৰি নাপালে পুনৰ অহা ২৩ আগষ্টৰ পৰা এই …

অধিক »

আহি আছে জিঅ’ গিগা ফাইবাৰ, আপুনি পঞ্জীয়ন কৰিলেনে ?

ডিজিটেল ডেস্কঃ ১৫ আগষ্টৰ পৰা আৰম্ভ হ’ল জিঅ’ গিগা ফাইবাৰৰ বাবে পঞ্জীয়ন৷ আগতীয়াকৈ পঞ্জীয়ন কৰাটো কিয় জৰুৰী আহক জানি থওঁ৷ প্ৰথমতে এটা কথা জানি থোৱা ভাল যে, পঞ্জীয়ন কৰি থোৱা আৰু সংযোগ লোৱা লগত কোনো সম্পৰ্ক নাই৷ জিঅ’ৰ ৱেবচাইটত গ’লে আপুনি জিঅ’ গিগা ফাইবাৰৰ বাবে পঞ্জীয়ন কৰিব পাৰিব৷ প্ৰয়োজন কেৱল …

অধিক »