শেহতীয়া খবৰ

শেহতীয়া খবৰ

পঞ্চায়ত নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত গড়কাপ্তানি মন্ত্ৰীৰ বিৰুদ্ধে প্ৰতিবাদ সমষ্টিবাসীৰ

ডিজিটেল ডেস্ক, চৰাইদেউঃ ধাননি পথাৰৰ কাম বাদ দি পঞ্চায়ত নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত বিজেপি চৰকাৰৰ বিৰুদ্ধে ৰাজপথলৈ আহিছে জনসাধাৰণ। ৰাজ্যিক গড়কাপ্তানি তথা শক্তি মন্ত্ৰী তপন কুমাৰ গগৈৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আগন্তুক পঞ্চায়ত নিৰ্বাচনত প্ৰতিফল ভুগৰ হুংকাৰ দিলে প্ৰতিবাদী ৰাইজে। চৰাইদেউ জিলাৰ সদৰ সোণাৰিৰ পৰা ভজো হৈ সাপেখাতি বৰহাটলৈকে যোগাযোগৰ অন্যতম পথ ঐতিহাসিক …

অধিক »

ইউনিচেফৰ যুৱ এম্বেছাডৰ হিমা দাস

ডিজিটেল ডেস্কঃ এছিয়ান গেমছত এটা স্বৰ্ণ আৰু দুটা ৰূপৰ পদক লাভ কৰি দেশৰ লগতে অসমলৈ গৌৰৱ কঢ়িয়াই অনা হিমা দাসে লাভ কৰিছে বহুকেইটা সন্মান৷ আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া মঞ্চত ভাৰতৰ নাম উজলোৱা হিমা দাসক ইউনিচেফ ইণ্ডিয়াই য়ুথ এম্বেছাডৰ হিচাপে নিযুক্তি দিছে৷ নতুন দিল্লীত অনুষ্ঠিত শিশু দিৱসৰ অনুষ্ঠানত হিমা দাসক ইউনিচেফ ইণ্ডিয়াই এই দায়িত্ব …

অধিক »

১১ ডিচেম্বৰ পৰা আৰম্ভ হ’ব সংসদৰ শীতকালীন অধিবেশন

ডিজিটেল ডেস্কঃ অহা ১১ ডিচেম্বৰ পৰা আৰম্ভ হ’ব সংসদৰ শীতকালীন অধিবেশন থিক একেদৰে এইবাৰ শীতকালীন অধিবেশন সামৰণি পৰিব ৮ জানুৱাৰী ২০১৯ চনত। এই কথা বুধবাৰে জানিবলৈ দিছে কেন্দ্ৰীয় মন্ত্ৰী বিজয় গোৱেলে। তেওঁ লগতে জানিবলৈ দিয়ে যে সংসদীয় পৰিক্ৰমা কেন্দ্ৰীয় কমিটিৰ সিদ্ধান্ত মৰ্মে এই দিন থিক কৰা হৈছে। উল্লেখ যে, এইবাৰ …

অধিক »