শেহতীয়া খবৰ

শেহতীয়া খবৰ

পৰিৱৰ্তনকামী চৰকাৰৰ আমোলত হোজাই যোগান বিভাগত পৰিদৰ্শকৰ লুণ্ঠণৰাজ

মৃত ব্যক্তিৰ নামত কাৰ্ড : এজেণ্টৰ লগত মিলি কমিচনৰাজ চলাইছে পৰিদৰ্শক নেকিব খানে গণ বাৰ্তা, হোজাইঃ  কংগ্ৰেছৰ ১৫ বছৰীয়া অপশাসনৰ পৰা ৰাইজক পৰিত্ৰাণ দিবলৈ পৰিৱৰ্তনৰ শ্ল’গান দি শাসনৰ বাগজৰী হাতত লৈছিল বিজেপি চৰকাৰে৷ পিছে পৰিৱৰ্তনৰ নামত যেন এতিয়া ৰাইজৰ মূৰত কঠাল ভাঙি খাইছে একাংশ চৰকাৰী বিষয়া কৰ্মচাৰীয়ে৷ শেহতীয়াভাবে হোজাইত খাদ্য …

অধিক »

১৫টাকৈ পুৰস্কাৰেৰে উজলিল বজালী মহাবিদ্যালয়

গুৱাহাটী বিশ্ববিদ্যালয় আন্তঃমহাবিদ্যালয় যুৱ মহােৎসৱ ডিজিটেল ডেস্কঃ ২৫ আগষ্টৰ পৰা ২৮ আগষ্টলৈ গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত গুৱাহাটী বিশ্ববিদ্যালয় আন্তঃমহাবিদ্যালয় যুৱ মহোৎসৱত পাঠশালাৰ বজালী মহাবিদ্যালয়ে অংশগ্রহণ কৰি বিভিন্ন শিতানত মুঠ ১৫টাকৈ পুৰস্কাৰ লাভ কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ পিছতেই দ্বিতীয় শ্রেষ্ঠ দল হিচাপে পৰিগণিত হোৱাৰ উপৰি মুঠ ৬১খন মহাবিদ্যালয়ৰ ভিতৰত শ্রেষ্ঠ মহাবিদ্যালয়ৰ খিতাপ লাভ …

অধিক »

আক্ৰাছুৰ ৩৬ ঘণ্টীয়া অসম বন্ধঃ বাক্সাৰ গোৱৰ্দ্ধনাত উত্তপ্ত পৰিস্থিতি

শালবাৰীঃ পৃথক কমতাপুৰ ৰাজ্য পুণৰ গঠন আৰু জনজাতিকৰণৰ দাবীত সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছুৱে আহ্বান জনোৱা ৩৬ ঘন্টীয়া অসম বন্ধৰ আজি দ্বিতীয় দিনাওঁ উত্তাল প্রতিবাদ অব্যাহত আছে বাকা জিলাত। আজি পুৱাই বাক্সা জিলা আক্ৰাছুৰ সভাপতি কপিল দেৱ সিংহৰ নেত্বতত সহস্রাধীক কৰ্মীয়ে বৰপেটা ৰোড–মানাহ ৰাষ্ট্ৰীয় উদ্যান সংযোগী পথৰ গোৱৰ্দ্ধনাত …

অধিক »