শেহতীয়া খবৰ

শেহতীয়া খবৰ

বঙাইগাঁও জিলাৰ কীৰ্তনপাৰাত যুৱকক হত্যাৰ চেষ্টাঃ গুলিচালনা কৰা ডকাইত কৰায়ত্ব

  ডিজিটেল ডেস্কঃ বঙাইগাঁও জিলাৰ মাণিকপুৰৰ কীৰ্ত্তন পাৰাত ভয়ংকৰ ঘটনা। পিষ্টলেৰে গুলিয়াই হত্যাৰ অপচেষ্টা যুবকক। কীৰ্তনপাৰাৰ হাজেৰ আলী নামৰ যুৱকজনে সন্ধিয়া বজাৰলৈ গৈ থাকোঁতে ছফিকুল ইছলাম নামৰ যুৱক এজনে এবাৰ পিছপিনৰ পিষ্টলেৰে ওপৰত গুলিয়াইছিল তাৰ পিছত নিশা আকৌ হাজেৰ আলীক সন্মুখৰ পৰা গুলিয়াইছিল ছফিকুল ইছলাম নামৰ উদণ্ড যুৱকজনে । কিন্তু সৌভাগ্যক্ৰমে …

অধিক »

ইণ্ডিগ’ যাত্ৰীৰ বাবে সুখবৰ

ডিজিটেল ডেস্কঃ দেশীয় বিমান সেৱা সংস্থা ইণ্ডিগ’ই ইয়াৰ যাত্ৰীসকলৰ বাবে আগবঢ়াইছে বিশেষ ৰেহাই আঁচনি৷ এই আঁচনিৰ আওতাত ইণ্ডিগ’ৰ বিমানযোগে যাত্ৰা কৰিব বিচৰাসকলে নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত টিকট বুক কৰিলে ১৫ শতাংশ ৰেহাই উপলব্ধ কৰিব পাৰিব৷ যাত্ৰীসকলে ইয়াৰ বাবে অহা ৩০ আগষ্টৰ ভিতৰত টিকট বুক কৰাটো হ’ব বাধ্যতামূলক৷ অহা ৮ চেপ্টেম্বৰৰ পৰা …

অধিক »

কেন্দ্ৰীয় বিদ্যালয়ত ৮,৩৩৯ টা পদ খালী

কেন্দ্ৰীয় বিদ্যালয় সংগঠন চমুকৈ কে ভি এছৰ অধীনত ভাৰতৰ বিভিন্ন প্ৰন্তত থকা বিদ্যালয়সমূহত খালী হোৱা পদ পূৰণৰ বাবে অৰ্হতাসম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন পত্ৰ বিচাৰিছে৷ মুঠ পদৰ সংখ্যাঃ ৮,৩৩৯ টা৷ ১. অধ্যক্ষ – ৭৬ টা শিক্ষাগত অৰ্হতাঃ যিকোনো স্বীকৃতিপ্ৰাপ্ত শিক্ষা প্ৰতিষ্ঠানৰ পৰা অতি কমেও ৪৫ শতাংশ নম্বৰসহ স্নাতকোত্তৰ ডিগ্ৰীধাৰী হোৱাৰ লগতে …

অধিক »