শেহতীয়া খবৰ
Home / Tag Archives: AAMSU

Tag Archives: AAMSU

এন আৰ চিত আপত্তিৰ নামত ৰাইজক হাৰাশাস্তি কৰাৰ অভিযোগত দিল্লীত আমছুৰ যন্তৰ মন্তৰ

গণ বাৰ্তা, বৰপেটা, ২১ মে’ : উচ্চতম ন্যায়ালয়ৰ তত্ত্বাৱধানত অসমত চলি ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰস্তুতৰ কাম সম্পন্ন হ’বলৈ কিছুদিন বাকী থকাৰ সময়ত এন আৰ চিৰ আপত্তিৰ নামত ৰাইজক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন কৰিছে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন, চমুকৈ ‘আমছু’ৱে। শুনানিৰ নামত ৰাইজক কৰা অযথা হাৰাশাস্তি বন্ধ কৰাৰ লগতে শুনানিত উপস্থিত …

অধিক »

দাবী-আপত্তি আবেদনৰ শুনানিত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা উলংঘা কৰিছে হাজেলাই

এন আৰ চিৰ ৰাজ্যিক সমন্বয়কৰ বিৰুদ্ধে সৰৱ আমছু ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১৯ মে’: উচ্চতম ন্যায়ালয়ৰ তত্ত্বাৱধানত অসমত প্ৰস্তুত হৈ থকা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ সমগ্ৰ প্ৰক্ৰিয়াটোত কৰ্তৃপক্ষখই শেহতীয়াভাৱে বহু খাম-খেয়ালিৰ আশ্ৰয় লোৱা পৰিলক্ষিত হৈছে। উচ্চতম ন্যায়ালয়ে ১-১১-২০১৮ তাৰিখে অনুমোদন জনোৱা SOP/Modalities ৰ কিছু দফাৰ লগতে উচ্চতম ন্যায়ালয়ৰ কেইবাটাও নিৰ্দেশনা উলংঘা কৰি দাবী-আপত্তি …

অধিক »

আপত্তিৰ নামত ভাৰতীয় নাগৰিকক হাৰাশাস্তি, ৰাজ্যজুৰি আমছুৰ প্ৰতিবাদ

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১৩ মে’ ঃ এন আৰ চিৰ আপত্তিৰ আবেদনক লৈ শেহতীয়াকৈ এটা চক্ৰৰ কুটিল ষড়যন্ত্ৰ পোহৰলৈ আহিছে। একাংশ দল-সংগঠনে এটা নিশাৰ ভিতৰতে লক্ষাধিক আপত্তিৰ আবেদন দাখিল কৰি ভাৰতীয় নাগৰিকক হাৰাশাস্তি কৰাৰ পৰিকল্পনাৰে যে ৰচনা কৰিছিল সেয়া একপ্ৰকাৰ জলজল-পটপট হৈ পৰিছে। একাংশ দল-সংগঠনৰ এনে ষড়যন্ত্ৰৰ বাবে এতিয়া ভাৰতীয় নাগৰিকসকল …

অধিক »

আমছুৰ সভাপতিৰ পিতৃৰ নামতো আপত্তি দাখিলঃ তীব্ৰ প্ৰতিক্ৰিয়া

বঙাইগাঁও জিলাত এন আৰ চি ৰ আপত্তি দাখিলৰ নামত ভয়ংকৰ জালিয়াতি মনোৱাৰ হুছেইন, যোগীঘোপাঃ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী চমুকৈ এন আৰ চি ৰ আপত্তি দাখিলৰ নামত বঙাইগাঁও জিলাত ভয়ংকৰ জালিয়াতি সংঘটিত হোৱা অভিযোগ পোৱা গৈছে। জিলাখনত এটা দুষ্ট চক্ৰয়ে আপত্তি দাখিলৰ নামত নিজৰ নাম ঠিকনা তথা পৰিচয় ভূৱাকৈ দাখিল কৰি সাধাৰণ …

অধিক »

নাগৰিকত্ব সংশোধনী বিধেয়ক এখন সাম্প্ৰদায়িক বিধেয়ক, শিলচৰত মোদীৰ হুংকাৰৰ পিছতে সৰৱ সমুজ্জল ভট্টাচাৰ্য

অসমত খিলঞ্জীয়াৰ প্ৰভূত্ব থাকিবই লাগিব ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১২ এপ্ৰিল ঃ শিলচৰত নিৰ্বাচনী জনসভাত প্ৰচাৰ চলাবলৈ আহি অসমৰ মাটিত থিয় হৈ অসমৰ অস্তিত্বৰ বিৰোধী নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিমেই বুলি হুংকাৰ দিয়া নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে আছু। বিজেপিয়ে নিজৰ ঘোষণা-পত্ৰত নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰসংগ উত্থাপন কৰি পুনৰ চৰকাৰ …

অধিক »

সময়হে কব, বিপিএফে কংগ্ৰেছ, ইউডিএফ, বিজেপি, অগপ- কাৰ সৈতে মিত্ৰতা কৰে: হাগ্ৰামা

গণ বাৰ্তা, কোকৰাঝাৰ, ২৪ ফেব্ৰুৱাৰী ঃ বিপিএফ কাৰো শত্ৰুও নহয়, কাৰো স্থায়ী মিত্ৰও নহয়। সময় অনুযায়ী বিপিএফে কেতিয়াবা কংগ্ৰেছৰ লগত,সময় অনুযায়ী কেতিয়াবা ইউডিএফৰ লগত, কেতিয়াবা বিজেপিৰ লগত আৰু কেতিয়াবা অগপৰ লগত থাকিবলগীয়া হ’ব পাৰে।–এই বিস্ফোৰক মন্তব্য প্ৰকাশ কৰিছে বিপিএফৰ সভাপতি তথা বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে। আজি কোকৰাঝাৰ সদৰ চহৰৰ নাতিদূৰৈৰ …

অধিক »

লতাশিলৰ পৰাই দিল্লী-দিছপুৰক সকীয়নি | খিলঞ্জীয়াৰ স্বাৰ্থত লতাশিলত বজ্ৰনিনাদ 

জাতিধবংসী বিধেয়কৰ বিৰোধিতাৰে আছুসহ ৩০ সংগঠনৰ ৰণহুংকাৰ  ৰাজ্যসভাত গৃহীত হ’লে ৰাজ্যজুৰি বিজেপি কাৰ্যালয় লণ্ডভণ্ড কৰাৰ হুংকাৰ চুতীয়া ছাত্ৰ সন্থাৰ ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২৩ জানুৱাৰী ঃ জাতি-মাটি-ভেটি ৰক্ষাৰ স্বাৰ্থত আজি লতাশিলৰ বাকৰিৰ পৰাই ৰণহুংকাৰ প্ৰদান কৰে আছুৰ নেতৃত্বত ত্ৰিশটাকৈ জাতীয় সংগঠনে। জাতিধবংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে হুংকাৰ প্ৰদান কৰি লতাশিল খেলপথাৰত আছুৰ …

অধিক »

নাগৰিকত্ব বিধেয়ক গৃহীত হ’ব বুলি প্ৰধানমন্ত্ৰীৰ ঘোষণা এটা দিনৰ পিছতেই জ্বলিছে অসম নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ

নাগৰিকত্ব বিধেয়ক কোনো কাৰণতে গৃহীত হ’ব নিদিয়াৰ হুংকাৰ অখিল গগৈৰ সত্তোৰটা জাতীয় সংগঠনৰ বিধেয়কৰ বিৰুদ্ধে গুৱাহাটীত পদযাত্ৰা আজিৰে পৰা ৰাজ্যজুৰি বিধেয়কখনৰ বিৰুদ্ধে প্ৰৱল প্ৰতিবাদ মহানগৰ প্ৰতিবেদক, ৫ জানুৱাৰী : ৰাজ্যৰ দল-সংগঠনৰ প্ৰতিবাদক নস্যাৎ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংসদত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিব বুলি ঘোষণা কৰাৰ এটা দিন পিছতেই জ্বলি …

অধিক »

মানি লোৱা নহ’ব বলপূৰ্বক জাপি দিয়া বিধেয়ক

আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৪ জানুৱাৰী : লোকসভা নিৰ্বাচনৰ ৰণডংকা বজাই আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শিলচৰৰ এখন জনসভাত নাগৰিকত্ব সংশোধনী বিধেয়কখন গৃহীত হ’বই বুলি ঘোষণা কৰাৰ পিছতেই ৰাজ্যত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কেৱল এয়াই নহয়, বিজেপিয়ে হিন্দু-বাংলাদেশীক লৈ চলোৱা কুটিল ৰাজনীতিক লৈ গৰজি উঠিছে আছু। এই …

অধিক »

৭ জানুৱাৰীত অসমত জুৰি পালন কৰিব ধিক্কাৰ দিৱস

যুটীয়া সংসদীয় সমিতিয়ে নাগৰিকত্ব বিধেয়কৰ চূড়ান্ত প্ৰতিবেদন দাখিলৰ দিনাই পালন কৰা হ’ব ধিক্কাৰ দিৱস ৭ জানুৱাৰীত অসমৰ বাতৰিকাকতত সম্পাদকীয় পৃষ্ঠা খালী ৰাখিবলৈ আহবান বৌদ্ধিক সমাজৰ গুৱাহাটীত অসম বচাওক শীৰ্ষক সভাত কেবালানিয়ো প্ৰস্তাৱ গ্ৰহণ উপস্থিত থাকে ড০ হীৰেণ গোঁহাই, উদয়াদিত্য ভৰালী, ড০ দীনেশ বৈশ্য মহানগৰ প্ৰতিবেদক, ৪ জানুৱাৰী : জাতিধবংসী তথা …

অধিক »