শেহতীয়া খবৰ
Home / Tag Archives: AIUDF

Tag Archives: AIUDF

আকৰ্ষণীয় ৰূপত বৰপেটাৰ  নিৰ্বাচনী পৰিবেশঃ প্ৰচাৰৰ ক্ষেত্ৰত শীৰ্ষত আব্দুল খালেক

পুলেন্দ্ৰ দাস, বৰপেটাঃ ৰাজ্যত তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ’ব লগা বৰপেটা লোকসভা নিৰ্বাচনৰ পৰিবেশ আকৰ্ষণীয় হৈ পৰা পৰিলক্ষিত হৈছে ৷ ১৭ সংখ্যক সংসদীয় নিৰ্বাচনৰ বাবে ৬ নং বৰপেটা লোকসভা সমষ্টিত অগপ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী কুমাৰ দীপক দাস, কংগ্ৰেছৰ আব্দুল খালেক, এ আই ইউ ডি এফৰ ড০ হাফিজ ৰফিকুল ইছলামসহ মুঠ ১৩ গৰাকী …

অধিক »

কীৰ্ত্তন পাৰাত আজমলৰ ফ্ল’প শ্বো

গণ বাৰ্তা, কীৰ্তনপাৰা, ১৩ এপ্ৰিলঃ বঙাইগাঁও জিলাৰ কীৰ্তনপাৰাত আজমলৰ ফ্লপ শ্বো। বড়ো সম্প্ৰদায়ৰ নৃত্য আজমলৰ সভাত। মোদীক বাংলাদেশক পঠোৱাৰ দাবী ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলৰ। বৰপেটা লোকসভা সমষ্টিত ক্ৰমাৎ বৃদ্ধি পাইছে নিৰ্বাচনী প্ৰচাৰ অভিযান । আকাশত উৰিছে নেতাৰ হেলিকপ্টাৰ। কংগ্ৰেছ, বিজেপিৰ লগতে সমানে আগবাঢ়িছে এ আই ইউ ডি এফো। আজি এ …

অধিক »

নাগৰিকত্ব সংশোধনী বিধেয়ক এখন সাম্প্ৰদায়িক বিধেয়ক, শিলচৰত মোদীৰ হুংকাৰৰ পিছতে সৰৱ সমুজ্জল ভট্টাচাৰ্য

অসমত খিলঞ্জীয়াৰ প্ৰভূত্ব থাকিবই লাগিব ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১২ এপ্ৰিল ঃ শিলচৰত নিৰ্বাচনী জনসভাত প্ৰচাৰ চলাবলৈ আহি অসমৰ মাটিত থিয় হৈ অসমৰ অস্তিত্বৰ বিৰোধী নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিমেই বুলি হুংকাৰ দিয়া নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে আছু। বিজেপিয়ে নিজৰ ঘোষণা-পত্ৰত নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰসংগ উত্থাপন কৰি পুনৰ চৰকাৰ …

অধিক »

কলগাছিয়াৰ লাংলাত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ নিৰ্বাচনী সভা

 হিমন্ত বিশ্ব – বদৰুদ্দিন আজমল হল মিছা কথাৰ ভঁৰাল । খালেকৰ জয় নিশ্চিতঃ তৰুণ গগৈ   গণ বাৰ্তা বিশেষ, কলগাছিয়া, ১২ এপ্ৰিলঃ এ আই ইউ ডি এফ আৰু বিজেপিৰ মাজত কোনো পাৰ্থক্য নাই । দুয়োটাই সাম্প্ৰদায়িক দল । বিজেপিয়ে হিন্দুৰ কথা কয় আৰু এ আই ইউ ডি এফে মুছলমানৰ কথা …

অধিক »

বড়োলেণ্ডৰ নামত অসম বিভাজন হ’বলৈ নিদিওঃ সাংসদ নৱ শৰণীয়াঃ গোসাঁইগাঁৱত নৱ শৰণীয়াৰ নিৰ্বাচনী কুচকাৱাজ

গণ বাৰ্তা, গোসাঁইগাঁও, ২৮ মাৰ্চঃ সাম্ৰাজ্যবাদী শক্তিৰ হাতৰ পৰা অসমক ৰক্ষা কৰিবলৈ আলফাত যোগ দি দীৰ্ঘদিন সংগ্ৰাম চলাই সময় আৰু পৰিস্থিতিৰ আহ্বান ক্ৰমে অস্ত্ৰ এৰি সংসদীয় ৰাজনীতিত পদাৰ্পন কৰি ২০১৪ চনত কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা নিৰ্বাচিত সাংসদ নৱ কুমাৰ শৰণীয়াই এইবাৰো বিপূল ভোটত বিজয়ী হ’ব বুলি দৃঢ়তাৰে কয় তেওঁৰ সমৰ্থক …

অধিক »

দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ মনোনয়ন পৰীক্ষা সম্পন্ন ৪ প্ৰাৰ্থীৰ মনোনয়ন বাতিল লখিমপুৰত অনিল বৰগোহাঁইৰ মনোনয়ন গ্ৰাহ্য

গুৱাহাটী, ২৭ মাৰ্চঃ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে দাখিল কৰা ৬০গৰাকী প্ৰাৰ্থীৰ মনোনয়ন আজি পৰীক্ষা কৰা হয়। আজি মনোনয়ন-পত্ৰৰ পৰীক্ষাকালত কৰিমগঞ্জৰ ১৯গৰাকী প্ৰাৰ্থীৰ মনোনয়ন-পত্ৰ বৈধ বিবেচিত হয়। উল্লেখ্য যে কৰিমগঞ্জত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে বিজেপিৰ কৃপানাথ মাল্লা, নিৰ্দলীয় বুলেন শুক্লবৈদ্য, এছ ইউ চি আইৰ প্ৰভাস চন্দ্ৰ সৰকাৰ, নিৰ্দলীয় পৰীক্ষিত ৰয়, হিন্দুস্থান …

অধিক »

তেজপুৰ সমষ্টিত পল্লৱ ভানুৰ নিৰ্বাচনী প্ৰচাৰ তুংগত ৷ নিৰ্ণায়ক ভূমিকা লৱ পাচঁলক্ষ্যধিক অসমীয়া ভোটাৰে ৷

ভানুক লৈ ক্ষোভ আতৰা নাই  জেষ্ঠ কংগ্ৰেছীৰ৷ গণবাৰ্তা:নদুৱাৰ:২৭মাৰ্চ : প্ৰথম পৰ্য্যায়ৰ নিৰ্ব্বাচনৰ  দিন চমু চাপি অহাৰ লগে লগে প্ৰতিটো ৰাজনৈতিক দলৰে নিৰ্বাচনী প্ৰচাৰ অভিযান তুংগত উঠিছে ৷ পিচপৰি ৰোৱা নাই তেজপুৰ লোকসভা সমষ্টিৰ নিৰ্ব্বাচনী প্ৰচাৰ অভিযান ৷সমষ্টিটোত বিষেশকৈ কংগ্ৰেছ আৰু বিজেপি দল দুটাৰ নিৰ্বাচনী প্ৰচাৰ ’তুংগত উঠিছে ৷কংগ্ৰেছৰ প্ৰাৰ্থী এম …

অধিক »

অসমত জন্মলাভ কৰিব আঞ্চলিকাতবাদী ৰাজনৈতিক দল

আগন্তুক বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব অগপ আত্মসমৰ্পনকাৰী-পৰজীৱী আঞ্চলিকতাবাদ দলঃ অদীপ ফুকন  মহানগৰ প্ৰতিবেদকঃ অসমত নতুনকৈ জন্ম লাভ কৰিব আঞ্চলিকতাবাদ ৰাজনৈতিক দেল। আগন্তুক বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ উদ্দেশ্যৰে অসমত নতুনকৈ জন্ম লাভ কৰিব আঞ্চলিকতাবাদী ৰাজনৈতিক দেল। আজি এই কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে আঞ্চলিকতাবাদী ৰাজনীতিৰ সমৰ্থকে। গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এখন সংবাদমেলত আঞ্চলিকতাবাদী …

অধিক »

বিজেপিৰ বৰঘৰৰ আলহী হ’ল অগপ নেতৃত্ব

কেবৰ প্ৰসংগক লৈ মৌন অতুল বৰা কংগ্ৰেছক উৎখাতৰ উমৈহতীয়া সংকল্প অগপ-বিজেপিৰঃ আজি অমিত শ্বাহৰে অগপ নেতৃত্বৰ গুৰুত্বপূৰ্ণ বৈঠক ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটীঃ লোকসভা নিৰ্বাচনৰ ধামখুমীয়াৰ মাজতে পুনৰ মিলন ঘটা অগপ-বিজেপিৰ মাজত যেন ব্যস্ততাৰ অন্ত নাই। আলহী আদৰাত ব্যস্ত হৈ পৰিছে বিজেপি-অগপৰ নেতৃবৰ্গ। কালি আমবাৰীৰ মুখ্য কাৰ্যালয়ত বিজেপিৰ নেতা-কৰ্মীক অগপ নেতৃত্বই আদৰণি জনোৱাৰ …

অধিক »

বাঃ আজমলৰ কৰ্পৰেট ক্ষমা  

এ আই ইউ ডি এফৰ মুৰববী বদৰুদ্দিন আজমলে কালি হাটশিঙিমাৰীত যি অভব্য আচৰণ কৰিলে, তাত  অন্ততঃ আমাৰ আচৰিত হ’বলগীয়া একো নাই। কাৰণ আমাৰ আগৰ প্ৰবন্ধতে উল্লেখ কৰিছো যে বদৰুদ্দিন আজমল দৰাচলতে এজন বেপাৰীহে। বেপাৰী হোৱাৰ যি যোগ্যতা বা গুণ থাকিব লাগে সেয়া সম্পূৰ্ণৰূপে আছে। সাধাৰণতে বেপাৰীয়ে ক্ষমতাৰ পিছে পিছে দৌৰে। …

অধিক »