শেহতীয়া খবৰ
Home / Tag Archives: Akhil Gogoi

Tag Archives: Akhil Gogoi

সময়হে কব, বিপিএফে কংগ্ৰেছ, ইউডিএফ, বিজেপি, অগপ- কাৰ সৈতে মিত্ৰতা কৰে: হাগ্ৰামা

গণ বাৰ্তা, কোকৰাঝাৰ, ২৪ ফেব্ৰুৱাৰী ঃ বিপিএফ কাৰো শত্ৰুও নহয়, কাৰো স্থায়ী মিত্ৰও নহয়। সময় অনুযায়ী বিপিএফে কেতিয়াবা কংগ্ৰেছৰ লগত,সময় অনুযায়ী কেতিয়াবা ইউডিএফৰ লগত, কেতিয়াবা বিজেপিৰ লগত আৰু কেতিয়াবা অগপৰ লগত থাকিবলগীয়া হ’ব পাৰে।–এই বিস্ফোৰক মন্তব্য প্ৰকাশ কৰিছে বিপিএফৰ সভাপতি তথা বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে। আজি কোকৰাঝাৰ সদৰ চহৰৰ নাতিদূৰৈৰ …

অধিক »

লতাশিলৰ পৰাই দিল্লী-দিছপুৰক সকীয়নি | খিলঞ্জীয়াৰ স্বাৰ্থত লতাশিলত বজ্ৰনিনাদ 

জাতিধবংসী বিধেয়কৰ বিৰোধিতাৰে আছুসহ ৩০ সংগঠনৰ ৰণহুংকাৰ  ৰাজ্যসভাত গৃহীত হ’লে ৰাজ্যজুৰি বিজেপি কাৰ্যালয় লণ্ডভণ্ড কৰাৰ হুংকাৰ চুতীয়া ছাত্ৰ সন্থাৰ ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২৩ জানুৱাৰী ঃ জাতি-মাটি-ভেটি ৰক্ষাৰ স্বাৰ্থত আজি লতাশিলৰ বাকৰিৰ পৰাই ৰণহুংকাৰ প্ৰদান কৰে আছুৰ নেতৃত্বত ত্ৰিশটাকৈ জাতীয় সংগঠনে। জাতিধবংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে হুংকাৰ প্ৰদান কৰি লতাশিল খেলপথাৰত আছুৰ …

অধিক »

ক্ষোভত জ্বলিছে ৰাজ্য : শদিয়াৰ পৰা ধুবুৰীলৈ জাতিধবংসী বিধেয়কৰ বিৰোধিতা

  বোকাখাত ভ্ৰমণ বাতিল মুখ্যমন্ত্ৰীৰ    বৰাকতো বিধেয়কৰ বিৰোধিতা, সৰ্বত্ৰে মোদী-সৰ্বা- হিমন্তৰ প্ৰতিকৃতি দাহ নগাঁৱত বিজেপিৰ সভাপতি ক’লা পতাকা ঠায়ে ঠায়ে বিজেপিৰ কাৰ্যালয় আক্ৰমণ, চানমাৰীত শিল্পী সমাজৰ জোঁৰ সমদল ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৯ জানুৱাৰী : জাতিধবংসী বিধেয়ক লোকসভাত গৃহীত হোৱাৰ পিছতে ৰাজ্যজুৰি প্ৰতিবাদৰ জোৱাৰ অব্যাহত আছে। অসমীয়া জাতিৰ মেৰুদণ্ড ভাঙি …

অধিক »

ফুলৰ মালা পিন্ধাই ‘জাতীয় নায়ক’ সজোৱা সোণোৱালক নিজ জিলাতে দেখুৱালে কলা পতাকা

ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ কনভয়ৰ সন্মুখতে জ্বলিল মুখ্যমন্ত্ৰীৰ প্ৰতিমূৰ্তি, সন্মুখীন হ’ল অবাঞ্চিত পৰিৱেশৰ গণ বার্তা চাবুৱাঃ আইএমডিটি আইন বাতিল কৰাৰ হোতা আছিল বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল৷ আইন বাতিল কৰাৰ অন্তত সোণোৱালে দিল্লীৰ পৰা আহি অসমত উপস্থিত হোৱাৰ সময়ত ফুলৰ মালা পিন্ধাই ‘জাতীয় নায়ক’ বুলি অসমৰ লোকে সম্বোধন কৰিছিল৷ অসমৰ মানুহে যিগৰাকী লোকক বিমান …

অধিক »

নাগৰিকত্ব বিধেয়ক গৃহীত হ’ব বুলি প্ৰধানমন্ত্ৰীৰ ঘোষণা এটা দিনৰ পিছতেই জ্বলিছে অসম নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ

নাগৰিকত্ব বিধেয়ক কোনো কাৰণতে গৃহীত হ’ব নিদিয়াৰ হুংকাৰ অখিল গগৈৰ সত্তোৰটা জাতীয় সংগঠনৰ বিধেয়কৰ বিৰুদ্ধে গুৱাহাটীত পদযাত্ৰা আজিৰে পৰা ৰাজ্যজুৰি বিধেয়কখনৰ বিৰুদ্ধে প্ৰৱল প্ৰতিবাদ মহানগৰ প্ৰতিবেদক, ৫ জানুৱাৰী : ৰাজ্যৰ দল-সংগঠনৰ প্ৰতিবাদক নস্যাৎ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংসদত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিব বুলি ঘোষণা কৰাৰ এটা দিন পিছতেই জ্বলি …

অধিক »

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৭০ সংগঠনৰ অনিৰ্দিষ্টকালীন ধৰ্মঘট

অসম বন্ধৰ হুংকাৰ  জাতিৰ স্বাৰ্থত আমি মৃত্যুবৰণ কৰিবলৈ সাজু ঃ অখিল গগৈ গুৱাহাটী  ঃ যুটীয়া সংসদীয় সমিতিয়ে বিৰোধীৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰি একপ্ৰকাৰে অবৈধ হিন্দু বাংলাদেশীক অসমত সংস্থাপিত কৰাৰ ক্ষেত্ৰত ৰঙা দলিচা পাৰি দিয়াৰ পিছত শীতকালীন অধিৱেশনৰ শেষৰফালে কেন্দ্ৰীয় চৰকাৰে বিধেয়কখন গৃহীত কৰি অসমীয়াৰ কফিনত শেষ গজাল মাৰিবলৈ সাজু হোৱাৰ সময়তে …

অধিক »

আজি এন আৰ চিৰ দাবী-আপত্তিৰ অন্তিম দিন

নাম অন্তৰ্ভুক্তিৰ ক্ষেত্ৰত ১২ লাখ লোক বঞ্চিত হোৱাটো নিশ্চিত এন আৰ চিত২৮.৫ লাখ লোকৰ দাবী আবেদন দাখিল ঃ সন্দেহজনক লোকৰ বিৰুদ্ধে ৭০০ আপত্তি দাখিল ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী  ঃ মাজত মাত্ৰ এটা দিন। কাইলৈ এন আৰ চিৰ দাবী-আপত্তিৰ অন্তিম দিন। এন আৰ চিত নাম অন্তৰ্ভুক্তৰ বাবে ৰাজ্যৰ প্ৰতিটো এন আৰ চি সেৱা …

অধিক »