শেহতীয়া খবৰ
Home / Tag Archives: Assam Accord

Tag Archives: Assam Accord

প্ৰাক্তন মন্ত্ৰী তথা অসম চুক্তিৰ এজন স্বাক্ষৰকাৰী বিৰাজ শৰ্মাৰ দেহাৱসান

প্ৰাক্তন মন্ত্ৰী বিৰাজ শৰ্মাৰ দেহাৱসান। দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল বিৰাজ শৰ্মা। নেমকেয়াৰ হস্পিতালত ২.২৬ বজাত শেষ নিশ্বাস ত্যাগ কৰে শৰ্মাই। ৭ জানুৱাৰীত নেমকেয়াৰত ভৰ্তি হৈছিল প্ৰাক্তন মন্ত্ৰীগৰাকী। যকৃতজনিত ৰোগত আক্ৰান্ত আছিল তেওঁ। চিকিৎসালয়তে তেওঁৰ স্বাস্থ্যৰ ক্ৰমশ অৱনতি ঘটিছিল। অসম আন্দোলনৰ সৈতে জড়িত আছিল বিৰাজ শৰ্মা। অসম চুক্তি স্বাক্ষৰ কৰা …

অধিক »

ডঃ হীৰেণ গোঁহাইৰ বিৰুদ্ধে চৰকাৰে গ্ৰহণ কৰা কাৰ্যৰ তীব্ৰ প্ৰতিক্ৰিয়া নগাঁৱত 

ডঃ গোঁহাইৰ পক্ষত ঠিয় হ’ল নগাঁৱৰ বৌদ্ধিক মহল ষ্টাফ ৰিপ’ৰ্টাৰ, নগাঁও, ১০ জানুৱাৰীঃ ৰাজ্যখনৰ প্ৰখ্যাত বুদ্ধিজীৱী ডঃ হীৰেণ গোহাঁইক দেশদ্ৰোহী সজাই আৰক্ষী থানাত গোচৰ ৰুজু কৰাৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যখনৰ লগতে নগাঁও জিলাতো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। জিলাখনত কেইবাগৰাকী বিশিষ্ট শিক্ষাবিদ, লেখক, কবি-সাহিত্যিকৰ লগতে বিভিন্ন সংগঠনে চৰকাৰৰ এনে অবিবেচক কাৰ্যৰ বিৰুদ্ধে …

অধিক »

জাতিধ্বংসী বিধেয়কৰ বিৰুদ্ধে তিনিচুকীয়াত উলংগ প্ৰতিবাদ

সন্তোষ ফুকন, তিনিচুকীয়াঃ নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ বাতিলৰ দাবীত বিগত কেইবামাহো ধৰি ধাৰাবাহিকভাৱে প্ৰতিবাদ সাব্যস্ত হৈ থকাৰ পিছতো কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰখনে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত আজিও প্ৰতিবাদত কপি  উঠিছে ৰাজ্য। সোমবাৰে তিনিচুকীয়াৰ মাজমজিয়াত জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত ৭০টা জাতীয় জনগোষ্ঠীয় সংগঠনৰ নেতৃত্বই উলাই  আহি জংগী ৰূপত প্ৰতিবাদ কৰে। সমগ্ৰ …

অধিক »

অসম চুক্তিৰ ৬নং দফা ৰূপায়ণ সন্দৰ্ভত কমিটী গঠন

অসম চুক্তিৰ ৬নং দফা ৰূপায়ণ সন্দৰ্ভত কমিটী গঠন৷ কেন্দ্ৰীয় চৰকাৰে আজি ঘোষণা কৰে এই উচ্চস্তৰীয় কমিটীখন৷ কমিটীখনৰ অধ্যক্ষতা কৰিব অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া এম পি বেজবৰুৱাই৷ ৯জনীয়া কমিটীখনৰ সদস্যত আছে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডঃ নগেন শইকীয়া আৰু ৰংবং তেৰাং৷ জ্যেষ্ঠ সাংবাদিক ধীৰেন বেজবৰুৱাৰ লগতে আছুৰ এগৰাকী প্ৰতিনিধি থাকিব এই কমিটীত৷ …

অধিক »

সৰ্বানন্দ সোণোৱাল নকলি জাতীয় নায়কঃ তৰুণ গগৈ

ডিজিটেল সংবাদ, গুৱাহাটীঃ ‘‘সোণোৱাল নকলি জাতীয় নায়ক তেওঁৰ দৰে কামিহাড় নথকা মুখ্যমন্ত্ৰী অসমত জন্ম হোৱা নাই।’’ দেওবাৰে এক সংবাদমেলযোগে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে বৰ্তমান অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক এইদৰে কটাক্ষ কৰে। সোণোৱালক ‘পুতলা মুখ্য মন্ত্ৰী’ আখ্যা দি তেওঁ লগতে কয়, ‘‘অসমৰ খিলঞ্জীয়া লোকৰ স্বাৰ্থ সোণোৱালে কেনেদৰে ৰক্ষা কৰিব? মোদীয়ে …

অধিক »

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৭০ সংগঠনৰ অনিৰ্দিষ্টকালীন ধৰ্মঘট

অসম বন্ধৰ হুংকাৰ  জাতিৰ স্বাৰ্থত আমি মৃত্যুবৰণ কৰিবলৈ সাজু ঃ অখিল গগৈ গুৱাহাটী  ঃ যুটীয়া সংসদীয় সমিতিয়ে বিৰোধীৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰি একপ্ৰকাৰে অবৈধ হিন্দু বাংলাদেশীক অসমত সংস্থাপিত কৰাৰ ক্ষেত্ৰত ৰঙা দলিচা পাৰি দিয়াৰ পিছত শীতকালীন অধিৱেশনৰ শেষৰফালে কেন্দ্ৰীয় চৰকাৰে বিধেয়কখন গৃহীত কৰি অসমীয়াৰ কফিনত শেষ গজাল মাৰিবলৈ সাজু হোৱাৰ সময়তে …

অধিক »

নিৰ্বাচনলৈ তিনিমাহ থকাৰ সময়তে বিজেপিৰ অসমপ্ৰীতি

অসমক সাংবিধানিক ৰক্ষাকৱচ দিয়াৰ প্ৰতিশ্ৰুতি সংৰক্ষণ হ’ব অমসীয়া-জনগোষ্ঠীয় ভাষা ৰাজ্য চৰকাৰৰ চাকৰি নিগম নিকায়ৰ চাকৰিত সংৰক্ষণ কেন্দ্ৰৰ কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত   গণ অনলাইন, দিল্লী, ২ জানুৱাৰী ঃ নিৰ্বাচনলৈ আৰু কেইটামান দিন বাকী থকা অৱস্থাত আজি মোদী চৰকাৰৰ কেবিনেটৰ বৈঠকত অসম চুক্তি আৰু অসমৰ ক্ষেত্ৰত কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। …

অধিক »