শেহতীয়া খবৰ
Home / Tag Archives: Assam Citizens Forum

Tag Archives: Assam Citizens Forum

তিনিচুকীয়াত আই মাতৃয়ে ৰাজপথত মেখেলা পিন্ধালে জাতীয় নায়কক 

আন্দোলনকাৰীক অপমান নকৰিবলৈ সকীয়নি পৰাগ দত্তক  চাবুৱা, ১০ জানুৱাৰীঃ নাগৰিকত্ব সংশোধনী বিধেয়ক সংসদত গৃহিত কৰি অসম আৰু অসমীয়াৰ অস্তিত্ব নাশ কৰিব খোজা বিজেপিৰ অসম বিৰোধী নীতিৰ বিৰুদ্ধে প্ৰতিদিনে ৰাজ্যৰ চৌদিশ উত্তাল হৈ পৰিছে৷উজনি-নামনি আৰু মধ্য অসমৰ আৱাল-বৃদ্ধ-বনিতা, পুৰুষ-মহিলাই ৰাজপথ উত্তাল কৰি ৰাখিছে বিজেপিৰ অসম বিৰোধী নীতিৰ বিৰুদ্ধে৷বিশেষকৈ একালৰ জাতীয় নায়ক …

অধিক »

মানি লোৱা নহ’ব বলপূৰ্বক জাপি দিয়া বিধেয়ক

আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৪ জানুৱাৰী : লোকসভা নিৰ্বাচনৰ ৰণডংকা বজাই আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শিলচৰৰ এখন জনসভাত নাগৰিকত্ব সংশোধনী বিধেয়কখন গৃহীত হ’বই বুলি ঘোষণা কৰাৰ পিছতেই ৰাজ্যত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কেৱল এয়াই নহয়, বিজেপিয়ে হিন্দু-বাংলাদেশীক লৈ চলোৱা কুটিল ৰাজনীতিক লৈ গৰজি উঠিছে আছু। এই …

অধিক »

৭ জানুৱাৰীত অসমত জুৰি পালন কৰিব ধিক্কাৰ দিৱস

যুটীয়া সংসদীয় সমিতিয়ে নাগৰিকত্ব বিধেয়কৰ চূড়ান্ত প্ৰতিবেদন দাখিলৰ দিনাই পালন কৰা হ’ব ধিক্কাৰ দিৱস ৭ জানুৱাৰীত অসমৰ বাতৰিকাকতত সম্পাদকীয় পৃষ্ঠা খালী ৰাখিবলৈ আহবান বৌদ্ধিক সমাজৰ গুৱাহাটীত অসম বচাওক শীৰ্ষক সভাত কেবালানিয়ো প্ৰস্তাৱ গ্ৰহণ উপস্থিত থাকে ড০ হীৰেণ গোঁহাই, উদয়াদিত্য ভৰালী, ড০ দীনেশ বৈশ্য মহানগৰ প্ৰতিবেদক, ৪ জানুৱাৰী : জাতিধবংসী তথা …

অধিক »